video বিলাক চাই বহুত ভাল লাগে আৰু এটা কথা ভাল জাতৰ গৰু কত পাম আমি Dubai থাকো ৬ বছৰ হল এদিনা এদিন আমি অসমত আহিম আহি কি কৰিম আশা কৰিছো অসমত আহি ১০ গাই গৰু কিনি ফাম এটা কৰি আমি আগতে ঘৰত ৫টা localগৰু লালন পালন কৰিছো আমি ফাম কৰিব পাৰিম এতীয়া আমি বেলেগৰ কাম কৰি আছো ঘৰত আহি আমি নিজৰ কাম কৰিম এতীয়া কথা হল যে ভাল গৰু কত পাম video মাজত mobile number বিলাক দিব আশা কৰিলো
Пікірлер: 1