লোকসভাত পুনৰ এবাৰ উপ-দলপতিৰ দায়িত্ব লাভ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে আনুষ্ঠানিকভাৱে গৌৰৱ গগৈৰ কান্ধত দ্বিতীয়বাৰৰ বাবে দিলে উপ-দলপতিৰ দৰে গধূৰ দায়িত্ব। অসমৰ সাংসদগৰাকীক এনে দায়িত্ব প্ৰদান কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অসম কংগ্ৰেছ।
#pratidintime #assam #gouravgogoi
Негізгі бет লোকসভাত পুনৰ এবাৰ উপ-দলপতিৰ দায়িত্ব লাভ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ।
Пікірлер: 131