গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ দায়িত্ব প্ৰতিজন অসম সন্তান অসমীয়া ভক্ত গুণমুগ্ধৰ ।। দেৱবাদ্য তথা গন্ধৰ্ব বিদ্যা ভাগ গুৰুজনাৰ সৃষ্টিৰ দৰেই সৰ্বাঙ্গ শুদ্ধ ভাৱে উপস্থাপন হৈছে নে নাই নাজানোঁ কিন্তু এই কৃষ্টি আমাৰ সংস্কৃতি, বুকুৰ আমঠু ।। চিৰকাল এনেকৈয়ে বৈ থাকক অসম মাতৃৰ হাঁহি কঢ়িয়াই ... এয়ে আমাৰ ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা ।।
@সেউজী অসম
Негізгі бет || ষোল-বাদন || ৰাগ ~ বসন্ত || Our culture is Our Identity || Devotional Musics of Assam ||
Пікірлер: 3