KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
Live From Majuli (Sangeetmoy Bhagawat).
2 жыл бұрын
Live From Majuli (Sangeetmoy Bhagawat).
Рет қаралды
52,291
Riju Pathak.
1
1
Жүктеу
Пікірлер: 277
@prabhatpatgiri6262
2 жыл бұрын
Dhanyawad Prabhu anekuwa lagil Jen majuliloi gai bhaktir sagart dubi asso ........jak bhasare prakash karib nuwaro ati uttam aponar bakhya o prakashbhangi......
@jayantadutta7259
2 жыл бұрын
প্ৰভূ জনা তোমাৰ দুখানি চৰণ য'ত য'ত পৰিব তাতে মোৰ শিৰ থাকিব ।
@rupasaikia7513
2 жыл бұрын
কৃষ্ণ, প্ৰণাম বাপ, আপোনাৰ শ্ৰীমুখে মাজুলীৰ সংগীতময় ভাগৱত পাঠ শ্ৰৱণ কৰি বৰ আনন্দিত হলো,লগতে নৱ নিৰ্মিত নাম ঘৰ ভাগো দৰ্শন কৰি শান্তি পালো।আপোনালৈ অশেষ আন্তৰিক শুভ কামনা যাছিলো। ভগৱানে আপোনাক কৃষ্ণ কথা কবলৈ অফুৰন্ত শক্তি দিয়ক।🙏🏻🙏🏻ঢ
@oujaribhurbandha3982
2 жыл бұрын
বাপ ঈশ্বৰ শতকৌটি প্ৰনাম আৰু সকলোৰ বাপ ঈশ্বৰ লৈ সহচ্ছ কৌটি প্ৰনাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ কৃষ্ণ কথা শুনি বহুত সুখী হলো। কৃষ্ণ কথাই হৃদয় চুই গৈছে বহুত সুন্দৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@monikahazarika6506
2 жыл бұрын
Krishna, probhu iswar shota k uwti pronam jonalu Krishna Krishna.🙏🙏🙏🙏🙏
@dipikagogoi2840
2 жыл бұрын
কৃষ্ণ হে প্ৰভু ঈশ্বৰ আপোনাৰ শ্ৰী চৰনত শত কৌটি প্ৰনাম জনালো। ।
@jonalihandique4729
2 жыл бұрын
হে' প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰীচৰনত শত কোটি প্ৰণাম জনালোঁ ।কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ।।
@iboroboro2755
2 жыл бұрын
He kripalu probhu apunar soronot vokti bhora sewa jonalu Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏 Krishna Krishna Krishna
@himakshithakuriya6003
2 жыл бұрын
হে মোৰ পৰম শ্ৰদ্ধাৰ প্ৰভু ঈশ্বৰ আপোনাক শত সহস্ৰ প্ৰনাম এই মহান বাণীএ আমাৰ দৰে অধম সকলক কৃতাৰ্থ কৰিছে আৰু লগতে কৃষ্ণ কথা কোৱাৰ বাবে অধিক শক্তিশালী কৰিবলৈ কামনা কৰিলো কৃষ্ণ 🙏
@rakhihandique1701
2 жыл бұрын
Krishna Bap pronam. Kowti kowti bar pronam. Mur jibanar pra herai jua Mur Guru janak ani Mur hridoyat thapon kori diar babe hata hata barpr
@pranatisaikia2424
2 жыл бұрын
Prabhudew apuner sree saronat koti koti Namosker
@assameseallinone2941
2 жыл бұрын
কৃষ্ণ ♥️♥️♥️♥️মাজুলীৰ পৰা শত শত প্ৰণাম 🙏🙏🙏
@anjanarupadas6601
2 жыл бұрын
🙏🙏হে গুৰুজন আমাৰ শতকোটি প্ৰণাম জনাইছো কৃপা কৰিব🙏
@budhanbhuyan7410
2 жыл бұрын
Krisna pravo Hori Raam
@bontiborah5014
2 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু আপোনাৰ শ্ৰীচৰণত শ ত কৌটি প্ৰণিপাত জনালোঁ,লগতে মোৰ চিৰ চেনেহী জন্মভূমি মাজুলীৰ সমস্ত ভক্ত বৃন্দৰ চৰণত এই কণ সুযোগোটে ভক্তি ভৰা সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@ghanashamrajbongshi5608
2 жыл бұрын
কৃষ্ণ বাপ। সেৱা জনালো।
@promodborah3768
কৃষ্ণৰ কৃষ্ণৰ পভু আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন ❤❤❤❤❤❤❤
@kalpanasaikia4588
2 жыл бұрын
হে পিৰম গুৰু আত্মাৰে আপোনাৰ শ্ৰী চৰণত হত বাৰ সেৱা নিবেদিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
@AtulBorahOfficial
2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাসৱৰ দৰে মহা পূণ্যৱন্ত মহা মহন্তৰ মুখ পদ্ম হন্তে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো, আপোনাসৱক প্ৰভু ভগৱন্তই সৰ্বতো প্ৰকাৰে কুশলে ৰাখক,যাতে সদায় আপুনি এনেদৰে কৃষ্ণ কথা কৈ আমাৰ দৰে মহা অধমৰ সকলৰ উপকাৰ সাধন কৰি যাব পাৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@gitalineog6489
2 жыл бұрын
কৃষ্ণ প্ৰভু বাপজনা আপোনাৰ শ্ৰী চৰণলৈ বুলি কৌটি কৌটি সেৱা নিবেদিলো ।আপোনাৰ এই সুমধুৰ সঙ্গীতময় ভাগৱত অনুষ্ঠান আমাৰ অতিকে প্ৰিয়।কি যে আপোনাৰ সুললিত সুৰ সুমধুৰ কণ্ঠ শুনি হেপাঁহ নপলায় ।আমি নিজও সময় পালেই শ্ৰৱণ কৰো আৰু আনকো শুনিবলৈ উৎসাহ যোগাও।আপুনি যে দীৰ্ঘায়ু হয় এনেদৰে আমাক কৃষ্ণ কথা শ্ৰৱণ কৰাই থাকিবলৈ এইয়াই ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা 🙏🙏🙏 কৃষ্ণ প্ৰভু কৃষ্ণ 🙏🙏
Пікірлер: 277