local pig farm assam // এগৰাকী যুৱতীয়ে আৰম্ভ কৰা এখন গাহৰিৰ ফাৰ্ম //
নমস্কাৰ বন্ধু সকল,
বন্ধু সকলক এই ভিদিও টো কেৱল গাহৰি ফাৰ্মৰ ওপৰত । ঘৰুৱা ভাৱে গাহৰি কেনেকৈ প্ৰতিপালন কৰা হয়, ঘৰুৱা ডানা ৰে কিমান দিনত গাহৰি ডাঙৰ দীঘল কৰিব পাৰি, এগৰাকী যুৱতীয়ে গাহৰি ঘৰুৱা ভাৱে প্ৰতিপালন কৰি কেনেকৈ নিজৰ এপদ দুপদ বস্তো কিনিব পৰিছে ইত্যাদি বোৰ।
বন্ধু সকলক আমাৰ এই যাত্ৰাত আপোনাৰ সহায় অবিহনে আমি শূণ্য। সেইহে আমাৰ চেনেল টো subscribe কৰি শুদিহা পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ।
ধন্যবাদ
Негізгі бет local pig farm assam // এগৰাকী যুৱতীয়ে আৰম্ভ কৰা এখন গাহৰিৰ ফাৰ্ম //
Пікірлер: 27