KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
লুৰীণ গগৈলৈ ৰাষ্ট্ৰীয় স্বীকৃতি
29 күн бұрын
লুৰীণ গগৈলৈ ৰাষ্ট্ৰীয় স্বীকৃতি
Рет қаралды
20,264
Ziaur Rahman
1
1
Жүктеу
Пікірлер: 149
@minudas7981
27 күн бұрын
অতি সুন্দৰ 👌 লুৰিনে আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিব। দুখীয়া হলেও আত্ম গৌৰৱ আছে ❤❤❤❤❤❤❤❤❤।
@runuchutia4464
27 күн бұрын
বহুত ভাল খবৰ লুৰিণ জ্যোতি গগৈ লৈ আশীৰ্বাদ থাকিল,
@Whatisscience2024
27 күн бұрын
অসমৰ মান ৰাখিবলৈ সক্ষম হৈছে লুৰিণ দাদা। CAAনালাগে ।❤❤
@PodumGogoi-pn2ke
27 күн бұрын
লুৰিণ গগৈ, গৌৰৱ গগৈ, আৰু অখিল গগৈ আমাৰ অসমৰ গৌৰৱ।
@jyoshreegogoi7958
27 күн бұрын
Right 👍
@nabingogoi8689
27 күн бұрын
মোৰ দৃষ্টিত লুৰিন প্ৰকৃততে এজন দেশপ্ৰেমৰ আদৰ্শেৰে ৰাজনীতিৰ পথাৰ খনত ভৰি দিয়া নৱপ্ৰজন্মৰ যুৱ নেতা ।তেখেতৰ দেশৰ জনতাৰ সেৱাৰ কাৰণে কৰা ত্যাগৰ আদৰ্শ সেইদিনাই দিছিল যিদিনা কূটীল ৰাজনীতি কৰি সহজ সৰল ছাত্ৰবোৰৰ মন মগজুক অন্ধকাৰত ৰাখি বৃদ্ধ সংস্থাপনহীন ছদ্মবেশী এছাম ছাত্ৰনেতাৰ বেহুফালি আছুৰ সংবিধান মানি সাধাৰণ সম্পাদক পদৰ কাৰ্য্যকাল সামৰি ওলাই আহিছিল । আত্মখ্যাতি আত্মপ্ৰতিষ্ঠাৰ কাৰণে যিসকলে ৰাজনীতি বা সমাজনীতি কৰিছে সেই সকলোৰে উৰ্ধত শ্ৰীলুৰিন জ্যোতি গগৈ ।তেখেত সফল হ'লে জনতাই তেখেতক আৰু বেচি জানিবলৈ সূবিধা পাৱ আৰু গগৈদেৱেও আমাৰ সৰল মনৰ সাধাৰণ মানুহখিনিৰ কাৰণে অধিক উদ্যমেৰে সেৱা আগবঢ়াবলৈ সুবিধা পাৱ।লুৰিন কাৰো ফেন হ'ব নেলাগে ।প্ৰকৃত ফ্ৰেণ্ড ফিলশ্বফাৰ এণ্ড গাইড হওক ।আমাৰ শুভেচ্ছা আৰু আশীৰ্বাদ সদায় আছে ।যি হৈছে হৈছেই ।ৰাইজে কি বিচাৰ কৰিলেঅহা চাৰি জুনৰ ফলফলে দিৱ ।আশাকৰো বিজয়ৰ হাঁহি মাৰি লুৰিনজ্যোতিৰাইজৰ মাজলৈ দৌৰি দৌৰি গাৱলীয়া ভাষাত চেকুৰী চেকুৰী আহিৱ ।ভাৰতৰ মহান ধৰ্ম গ্ৰন্থত লিখিছে "ফলাফল ফল দাতা বিভূৰ হাতত।"কোন ক'ত থাকিব লাগিব সেইয়া নিৰ্ণয় কৰিব ভগবানে ।যাৰ যি কৰ্তব্য তাক নিষ্ঠাৰে পালন কৰিৱ লাগিৱ ।A leader is born not made.আমাৰ ইতিসাহৰ পাতে পাতে ইয়াৰ উদাহৰণ আছে ।
@hemantakumardatta284
27 күн бұрын
Very good. Khacha Katha likhicha.
@bichitrakhargharia4150
27 күн бұрын
শুনি ভাল লাগিল। লুৰীণ আমাৰ। Dibrugarhৰ গৌৰৱ।
@akhtarabegum827
27 күн бұрын
লুৰিণক বুজি নোপোৱাসকলক যাতে ভগৱানে বুজিবলৈ সুমতি দিয়ে
@ranjitadeori6018
27 күн бұрын
কথাটো শুনি বহুত বহুত ভাল লাগিছে ভগৱানে লুৰিণক শক্তি দিয়ক
@PapuBora-zj2mv
27 күн бұрын
লুৰিন ককাই জয় হক আশীৰ্বাদ থাকিল আগুৱাই জায়ক জয় আই অসম
@bishnuprasaddeka8800
28 күн бұрын
Lurin is the best leader of Assam.
@Whatisscience2024
27 күн бұрын
lurin Jindabad BJP go back
@binudas8708
24 күн бұрын
আমাৰ আৰু অসমৰ বাবে এটা অতি ভাললগা খবৰ। লুৰীনণক আন্তৰিক অভিনন্দন জনালো।
@rupak551
25 күн бұрын
ভাল খবৰ। লুৰিণজ্যোতি গগৈলৈ আমাৰ শুভেচ্ছা আছে আৰু থাকিব।
@ranjitbora734
27 күн бұрын
কথাতো শুনি ভাল লাগিল। সৰ্বা ককাই হৰাতো মনেপ্রাণে বিছাৰো।
@hazarataliahmed8920
27 күн бұрын
Congratulations to Lurinjyoti Gogoi and hope he will be a MP
@simaborpatrogohain6708
27 күн бұрын
Good news
@user-mq1fx7zl8r
27 күн бұрын
লুৰিন দা মোৰ সকলো কৈ ফেভাৰিত হয়,, সদায় আশীৰ্বাদ আছে মোৰ দাদ প্ৰতি আন্তৰিকতা আছে
@user-ze7wi6fq3g
27 күн бұрын
❤L.J.G.-লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । অভিনন্দন থাকিল ।❤
@lakhimaiburagohain7833
27 күн бұрын
Bohut bhal lagil.
@jyoshreegogoi7958
27 күн бұрын
তিনি গগৈ আমাৰ অসমৰ গৌৰৱ ❤❤❤
@ranjankumardas7370
27 күн бұрын
Best news for Assam.
@JoyPrakashBorah
23 күн бұрын
Very very good attitude and good news for all of us. We are very much proud of Gaurav Gogoi, Akhil Gogoi and Lurinjyoti Gogoi.❤❤❤🎉🎉🎉✌️✌️✌️👋👋👋.
@user-fo2gl9hi6m
24 күн бұрын
I Love L J G
@rajibdutta7881
27 күн бұрын
মজা 😍 এতিয়া সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সময়, প্ৰত্যক্ষ সহায়-সহযোগ কৰিম
@debenhandique9958
27 күн бұрын
ভাল লাগিল।
@arifulkhan9581
27 күн бұрын
লুৰীণ দাদালৈ শুভেচ্ছা নলবাৰীৰ পৰা
@prodipdihingia
27 күн бұрын
Very good news 🎉🎉lurinjyoti gogoi zindabad ❤❤❤❤❤❤
@DebojitkrboraBora
27 күн бұрын
।। বাৰ্তা তো শুনি ভাল লাগিল।।
@harakantadeka7715
27 күн бұрын
সঁচাই,ভাল,লাগিল,ৰহমান,দা,
@pgoswami5378
27 күн бұрын
Lurinjyoti is an active young politician at present in Assam.
@hemantakumardatta284
27 күн бұрын
Bahut Val khabar. Lutin in future of Assam.
@MAINULHOQUE-cc8fi
27 күн бұрын
Dhunia Khabar. Lurin Zindabad.
@Minaramgogoi-xg4qo
27 күн бұрын
Proud feel korisu ..❤❤❤
@dipakkalita8695
27 күн бұрын
Val lagil
@satyajitkakati1454
27 күн бұрын
Good. ❤❤❤❤
@AnimaGogoi-mc1rd
27 күн бұрын
ভাল লাগি👌❤❤❤
@krishnakantaburagohain7451
26 күн бұрын
লুৰিন জাতীয়তাবাদীৰ এক বলিষ্ঠ কন্ঠ।এগৰাকী নিকা যুবক।উজ্জল কামনা কৰিছো।লুৰিন আমাৰ গৌৰৱ অসমৰ গৌৰৱ।
@sadanandachamuah2056
27 күн бұрын
Bahut val khobar. Thanks
@pareshhazarika3617
27 күн бұрын
লুৰিণ জ্যোতি গগৈ সমগ্ৰ অসমৰ গৌৰৱ ।
@Whatisscience2024
27 күн бұрын
Thanks dada
@KumarDhirendraNarayanDev
27 күн бұрын
Congratulation to Lurin Jyoti Gogoi
@parbinsultana7465
27 күн бұрын
Good news. Congratulations to the champion of value based politics.
@user-jx1gb2qv3n
28 күн бұрын
Good news for us
@user-jh3qq7eu4v
27 күн бұрын
Very very good news, we have to proud Lurin jyuti Gogoi as a best leader of country.
@Mudoi
27 күн бұрын
Lurin future leader of Assam
@ilasaikia7305
27 күн бұрын
Lurin is a nice boy
@birendrahazarika7327
27 күн бұрын
Very good news for me, Thanks.
@hemosonowal-lg5zs
27 күн бұрын
Best wishes Lurin
@amalgogoi805
27 күн бұрын
My best wishes to you and to Mr. L GOGOI
@user-xl7zl1eu4o
27 күн бұрын
Lurin yoty Gogoi you are our gourov
@kanaklalsutradhar6998
28 күн бұрын
Thank U Zia. Axomok bhal poa each & every manuhak moi respect 🙏 koru. Among of them your presence also there.
@utpalborah2896
27 күн бұрын
Thanks for your promotion.... Really a deserving candidate...
@ashokdutta5386
27 күн бұрын
👍
@humenbaruah9370
24 күн бұрын
Bohut val
@user-eg2kc5iu4k
27 күн бұрын
আপুপি ভাল খবৰ দিছে।
@jitukonwar9149
27 күн бұрын
Very very good news
@BarnilAssam
28 күн бұрын
ভাল লাগিল ❤❤❤
@prodipsaikia1828
27 күн бұрын
Vhal. Lagil. Hossa koivhal
@Whatisscience2024
27 күн бұрын
❤❤❤❤❤
@upanandaborah168
27 күн бұрын
ভাল লাগিল
@binodeborgohain6619
23 күн бұрын
সময়ৰ উপযোগী ভাল লগা খবৰ
@pabitraneog5195
24 күн бұрын
ভাল লাগিল ধন্যবাদ
@sgogoi459
25 күн бұрын
সুন্দৰ👍👍 ভাল লাগিল.....
@mridulkbora5349
27 күн бұрын
দাদা গুদ্ মৰ্ণিং
@monalishasaiki7842
25 күн бұрын
Ai tini Gogoi amar hiar amothu,jati mati bheti surakshit koriboloi agbohai dilu,100 percent hope Assam matrik India r bhitorot jilikabo
@ashimtalukdar6187
27 күн бұрын
অতি ভাল খবৰ
@user-rm9nu3jm6x
25 күн бұрын
Khobor tu pai Val lagil
@sewabratborah2892
27 күн бұрын
Good Jiban Chariali
@anjugogoi6222
27 күн бұрын
অতি উপযুক্ত কথা কৈছে ধন্যবাদ
@CukafaGogoi
23 күн бұрын
Bhal lagil rahman dada
@Kamalkamal-jj7xz
25 күн бұрын
ধেৎ.... লুৰীণজ্যোতি জিকিবই নোৱাৰে ! বহুত ভোটৰ ব্যৱধানত তেওঁ হাৰিব ৷
@hemaneog6838
27 күн бұрын
Lorinjyoti Gogoi Assam gurav
@JakirHussain-nt2xg
27 күн бұрын
সু সংবাদ ❤ , ।
@anandaramburhagohain9861
24 күн бұрын
Really good news.
@utpalkrgogoi7430
27 күн бұрын
খুব সুন্দৰ উপস্থাপন❤❤❤
@surenboruah6479
27 күн бұрын
Lurin Assamar Gourab aru Bharatar gourab.Bhagabane Lurinak Kripa karak.
@dalimikalita3241
26 күн бұрын
Lurinjyoti gogoi jindabad
@faridaahmed5968
27 күн бұрын
Thanks, aponi assomia raijor agoloi lurinor kothato
@manjubarman1855
24 күн бұрын
বহুত সুখী হলো।
@BishnuChangmai-yu1ff
23 күн бұрын
শুভ কামনা থাকিল।
@bapiprayag9110
27 күн бұрын
ভাল লাগিল ❤
@user-sl6qo4qm8m
27 күн бұрын
Bhal lagil.
@kalpanabaruah3434
27 күн бұрын
Bor bhal lagil
@jugalbaruah6541
24 күн бұрын
Very good information
@user-sq5ez5sn3s
25 күн бұрын
Good update
@salimhussain4907
27 күн бұрын
Lurin Gogoi ❤
@Mintunath1234
27 күн бұрын
Gourab kariba pari
@rinakumariboruah1414
27 күн бұрын
Very good. News .
@arpanakhaund8247
27 күн бұрын
Good news for us.Tthank you ziaurRahman.
@kalpanasaikia7235
27 күн бұрын
God bless you dear Lurin🙏
@ParagkumarBordoloi
24 күн бұрын
ধন্যবাদ
@bmohanta9007
27 күн бұрын
প্লাষ্টিক চাওলৰ ওপৰত কোনও মাত মাতা নাই কিয়। কন্ট্রোলৰ চওলত প্লাষ্টিক চাওল চৰকাৰ নিমাত বিৰোধী ও নিমাত কিয়।
@puspadhardowarah1932
26 күн бұрын
জাতীয় পৰিষদৰ বাবেই নহয় কংগ্ৰেছ মিত্ৰজোট ও অসমবাসীৰ বাবেও গৌৰৱৰ বিষয়।
@duluduttadulu2138
26 күн бұрын
লোৰিণৰ দৰে নেতা আমাক অতি দৰকাৰ নহলে অসম ৰসাতলে যাব
@budheswarnath6516
27 күн бұрын
জানি সুখী হলো ❤❤
@abhinabboruah4953
27 күн бұрын
Vikramaditya Singh ,Mandi r pora
@arabindaborah9992
26 күн бұрын
Luring agbarhi jack ashirbad asse
@harakantadeka7715
27 күн бұрын
ৰহমান,দা,এইবাৰ,বি,জে,পি ,য়ে,কেইখন,মান,চিটত,তেওঁলোকে,election,খেলোৱা,নাই,কিবা,কাৰণ
@user-of4yf2pu7w
27 күн бұрын
Good👍
@abdulmunimtapadar6655
26 күн бұрын
👌👌👌👌❤️❤️❤️👍
@BijoyBoruah-st8ri
27 күн бұрын
জিয়াউৰদা ডিব্ৰুগড়ত জিকিমনে
@assa516
28 күн бұрын
Deshbhakt #AkashBenarji
@mamoniboruah2986
24 күн бұрын
❤ ❤
@MrinalGoyari-sb6et
27 күн бұрын
Good news.
@user-sd5vm7sg2m
24 күн бұрын
Akash Banerjee aka Bhakt Banerjee..
Пікірлер: 149