মঙলবাৰে ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। উজলি উঠিল ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰীক্ষাৰ্থী। বিপৰীতে অনুত্তীৰ্ণ হ’ল বহুতো। তাৰ মাজতেই মায়ঙৰ এজন পৰীক্ষাৰ্থীৰ ৰিজাল্টে আচৰিত কৰিছে খোদ পৰীক্ষাৰ্থীজনক। মায়ঙৰ ছহিদুল ইছলাম নামৰ শিক্ষাৰ্থীজনৰ ৰিজাল্ট কেনে চাও আহক।
#pratidintime #assam #hsresults2023
Негізгі бет মায়ঙৰ এজন পৰীক্ষাৰ্থীৰ ৰিজাল্টে আচৰিত কৰিছে খোদ পৰীক্ষাৰ্থীজনক
Пікірлер: 1,4 М.