▶️ ম'বাইল চোৰক মুকলি কৰিবলৈ আহি মহিলা আৰক্ষীক প্ৰহাৰ ৩ মহিলাৰ। নগাঁৱৰ ইটাচালি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। এটা ম'বাইল চোৰক কেন্দ্ৰ কৰি এই ঘটনা। আটকাধীন চোৰটোক লৈ উধাও মহিলাৰ দলটো। ধৃত চোৰটোৰ নাম মানসজ্যোতি হাজৰিকা।
- Күн бұрын
ম'বাইল চোৰক মুকলি কৰিবলৈ আহি মহিলা আৰক্ষীক প্ৰহাৰ ৩ মহিলাৰ
- Рет қаралды 3,386
Пікірлер