📌শ্মশানত এজনী এবছৰীয়া কণমানিৰ জন্মদিন পাতিলে পিতৃ-মাতৃয়ে। কন্যাৰ সমাধিত কান্দি কান্দি কেক কাটিলে পিতৃ-মাতৃয়ে। এবছৰীয়া জন্মদিনৰ এদিন পূৰ্বে কৰুণভাৱে মৃত্যু যোৰহাটৰ এজনী কণমানিৰ। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে কণমানিজনীৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Негізгі бет শ্মশানত এজনী এবছৰীয়া কণমানিৰ জন্মদিন পাতিলে পিতৃ-মাতৃয়ে, কান্দি কান্দি কেক কাটিলে পিতৃ-মাতৃয়ে
Пікірлер: 206