Audio Credits:
Singer: Partha Pratim Baishya
Song: Modarphool
Music: Pranjal Borah
Lyrics/tune: Partha Pratim Baishya
Recordist: Pranab Boro ( Temptation Studio)
Mix-mastered : Kaushik Saikia
Audio Distribution: @indradhanurecords
Video Credits:
Cast: Partha Pratim Baishya
Direction: Bubul Das
Editing: Samuel Das ( Green Studio )
Lyrics :
তোমাৰ মৰম নহলেও মই থাকিব পাৰিম
তুমি মৰম নিদিলেও জীৱন কটাব পাৰিম
তোমাৰ মৰম নহলেও থাকিব পাৰিম
তুমি মৰম নিদিলেও জীৱন কটাব পাৰিম
মদাৰফুল বুলি মোহাৰি দিলা দলিয়াই
মদাৰ হৈয়েই
মদাৰ হৈয়েই এদিন মই জিলিকী উঠিম
তোমাৰ মৰম
অমানিশা জীৱনত নেথাকে সদায়
হাতত ধৰি আধাতে এৰিব নাপাই
সপোনমালা গুঠি গুঠি নিলা আগুৱাই
বঠাবিহীন কৰি মোক দিলা উতুৱাই
সুখি হোৱা তুমি মোৰ কামনা এয়াই
মোৰ বুকুত
মোৰ বুকুত তোমাৰ বাবে আৰু ঠাই নাই
তোমাৰ মৰম
আশাৰ বালিঘৰ যেতিয়া বালিতেই লুকাই
চিনাকী সপোনবোৰে ঠিকনা হেৰাই
দোভাগৰাতি যেতিয়া মনে হুমুনিয়াই
নোপোৱাৰ বেদনাত নিজক জীয়াব শিকাই
গোলাপৰ কলি তাত আৰু ফুলিবলৈ নাই
জীয়াই জীয়াই
জীয়াই জীয়াই মৰি সি থাকিব জীয়াই
মদাৰ ফুলে কাহানিও আদৰ নাপাই ।।
#Modarphool
#parthapratim
#Parthapratimbaishya
Негізгі бет Музыка Madarphool ll Partha Pratim Baishya
Пікірлер: 99