কৃষ্ণ জয় গুৰু শঙ্কৰ বাপ জনালৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ আমি বাখ্যা কাৰক প্ৰভু তেখেতৰ মুখহন্তে ভাগৱতৰ কথা অমৃতময় বাণী শাস্ত্ৰৰ সিদ্ধান্ত সমূহ বুজিব পাৰিছো ৷ আমাৰ নিজৰ বহু সংশোধন কৰিব লগা আছে জীৱনৰ ৷ গতিকে আমি শাস্ত্ৰৰ সিদ্ধান্ত আগত ৰাখি আমাৰ জীৱ আত্মাক ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত মতে আগুৱাই নিবই লাগিব লাগিব লাগিব ৷ বাখ্যা প্ৰভু জনালৈ হাতকোটি আমাৰ প্রাণিপাত🙏🙏🙏
@user-jc8tx2vi4h
Жыл бұрын
কৃষ্ণ আমি ভগৱন্তৰ অমৃতময় বাণী প্ৰভু জনাৰ মুখহন্তে শ্ৰৱণ কৰিবলৈ পাই অত্যন্ত সুখী আগলৈ আমাৰ নিজৰ ভুল সমূহ সংশোধন কৰি শুদ্ধ ভাবে জীৱ আত্মাক আগুৱাই নিয়াত বাপ জনাৰ মুখহন্তে ভাগৱতৰ কথা সাৰ তত্ত্ব শাস্ত্ৰৰ সিদ্ধান্ত শ্ৰৱণ কৰি থাকিব পাৰো মাধুৰ্য বাপ জনাৰ সুস্বাস্থ্য অধিকাৰী হোৱাৰ ভগৱন্তৰ চৰণপঙ্কজত আমাৰ দাসৰ সেৱা 🙏🙏🙏
Пікірлер: 146