#maibangstonehouse #nobinburagohain #dimahasao #assamhistory #assamtourism
ডিমা হাচাও জিলাৰ মাইবাঙত ডিমাছা-কছাৰীৰ ৰজাই নিৰ্মাণ কৰা বিখ্যাত শিলৰ ঘৰটো অৱস্থিত৷ এই ঘৰটো এটা শিলত কটা৷ ঘৰটো প্ৰকৃততে এটা দেৱীৰ মন্দিৰ৷ এই মন্দিৰটো ডিমাছা-কছাৰী ৰজা সুৰদৰ্পনাৰায়ণৰ ৰাজত্বৰ কালত তেওঁৰ মাক চন্দ্ৰপ্ৰভা [তাম্ৰধ্বজৰ স্ত্ৰী]-ৰ আদেশত নিৰ্মাণ কৰা হৈছিল৷ ডিমাছা-কছাৰীৰ জনশ্ৰুতিয়ে এই মন্দিৰ ৰজা হৰিচন্দ্ৰই একে ৰাতিতে নিৰ্মাণ কৰোৱা বুলি কয়৷
অতি বিতোপন প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই মন্দিৰৰ চৌপাশে কেতবোৰ ভিতৰখন খুলি পেলোৱা শিল পোৱা যায়৷ এই শিলবোৰৰ ভিতৰত খুঁটা ভৰোৱা হৈছিল বুলি বুজিব পাৰি৷ আনহাতে, মন্দিৰটোৰ কাষৰ পাহাৰটো শিলৰ৷ পুৰণি কালত শিলৰ পাহাৰটোৰ গাত কাটি কাটি কিছু অলংকৰণ কৰিবলৈ যত্ন কৰা দেখা যায়৷
ওঠৰ শতিকা (ভিডিঅ'ত সোতৰ শতিকা বুলি ভুলতে কোৱা হৈছে) নিৰ্মিত মন্দিৰটো মাহুৰ নামৰ এখন নৈৰ পাৰত আৰু পাহাৰৰ দাঁতিত অৱস্থিত৷ মন্দিৰটো থকা ঠাইখণ্ড বিতোপন প্ৰাকৃতিক শোভাৰে সজ্জিত বাবে ইয়াত উপস্থিত হৈয়েই মনটো ভাল লাগি যায়৷
মন্দিৰৰ প্ৰৱেশ দুৱাৰৰ কাষত মন্দিৰটোৰ বিষয়ে বহুখিনি দৰকাৰী কথা লিখি থোৱা আছে। সেই কথাখিনি তলত দিয়া ধৰণৰ--
"Ranachandi Mdaiko (Temple)
A unique example of art and architecture under the Dimasa rule is the monolithic hat carved out of a rock on the bank of the river Mahur. The upper part of the rock was shaped like a hut with rectangular plan and four false doo-chala roof. It has a curvilinear cave and four false doors an all four sides. It also provides a narrow space for circumambulation around the temple. The inscription on one of its walls suggests that the temple was erected in dedication to goddess Rananchandi, the tutelary deity of the Dimasas.
Raja Tamradhwajnarayan-II began construction on the temple in circa 1701 CE but was left unfinished. Eventually, Raja Harishandranarayana completed it in the year 1761 CE. Today, this historic architectural gem is regarded as one of the most spectacular monolithic monuments in the North-Eastern Region and is declared a monument of national importance by the Coverment of India under the Ancient Monuments. Archaeological Sites, and Remains Act, 1958."
ওপৰৰ ভিডিঅ’টোত এই মন্দিৰটোৰ বিষয়ে জানিব পৰা কথাখিনি ক’বলৈ আৰু দেখুৱাবলৈ যত্ন কৰা হৈছে৷
👍Find me on other Social Media Platforms :
Facebook : / nobin.buragohain1
Instagram : buragohainnobin
E-mail : nobinburagohain19@gmail.com
Filming location : Maibong (Dima Hasao)
All of the visual in this video is original and recorded on the spot.
Copyright © 2023 Nobin Buragohain
All rights reserved. The unauthorized reproduction or distribution of this copyrighted work is illegal.
Song: Maricopa - Island Music
Supported by@ FreeBackgroundMusicForCreators
#BackgroundMusicWithoutLimitations
bit.ly/2XoXFnb
#Maibang #MaibangStoneHouse #AssamHills #BeautifulHills #HillTown #BeautifulTown #TouristSpot #HaflongAssam #BlueHills #AbodeofClouds #HaflongTown #IncredibleAssam #DimaHasao #NaturalBeauty #NorthEastIndia #ExploreAssam #ExploreHaflong #DimaHasaoTourism #AwesomeAssam #AssamTourism #KachariKingdom
#Suradarpanarayan #Dimasa #DimasaHistory #Kachari #DimasaKachari
Негізгі бет MAIBANG STONE HOUSE || মাইবাঙৰ শিলৰ ঘৰ || NOBIN BURAGOHAIN
Пікірлер: 19