লিৰিক্স
মাজৰ মানুহ নহ’লে আগুৱাব নোৱাৰি
অকলশৰে কলিযুগত উশাহ ল’ব নোৱাৰি
দালালৰে পিতনিতে খেপাৰুৱে নাচে
পাল মৰা টকাকেইটা বাঁহৰ চুঙাত সাঁচে
নিজৰ ভেটিৰ মাটিকনো মাৰোৱাৰীক বেচে
Easy Money ৰ লোভত পৰি পিলিঙা হৈ মৰে
মোৰ এটাই ভুল মোৰ মূৰৰ গন্দগোল
হজম নোহোবা সঁচা কথাৰ ৰান্ধো জোল
এই জুলৰ সোৱাদ লৈ
নতুন গীতৰ সোৱাদ লৈ
আপোনাৰ ওচৰৰ বিহুত বোলে ওলামগৈ
@zubeengargmusic4594
হেচস্টেগ // নিজে বনোৱা পিঠা // নিজৰ গান 😊
Негізгі бет Спорт Major Manuh nohole aguabo nuari ll মাজৰ মানুহ নহ’লে আগুৱাব নোৱাৰি ৷৷ Bohag Bihu Special ll Khanin
Пікірлер: 8