অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দীপলিনা ডেকাই তেওঁৰ জনপ্ৰিয় গীত গাই সকলোকে সংগীতৰ বৰষুণত তিতিব দিলে। বিশেষকৈ সদ্য সমাপ্ত জেংৰাইমুখ মহাবিদ্যালয়ৰ গৌৰৱোজ্জল সোণালী জয়ন্তী অনুষ্ঠানত। শিল্পীগৰাকীয়ে এফালৰ পৰা তেওঁৰ নিজৰ জনপ্ৰিয় গীত গাই যায়।
Негізгі бет #majulirkhabar
Пікірлер