মনৰ লেতেৰা চিন্তা নিমিষতে দূৰ কৰক | HOW TO GET RID OF DIRTY THOUGHTS FROM MIND | MOTIVATIONAL STORY
ABOUT THIS VIDEO:
Explained how to overcome on negative thoughts.
এই ভিডিঅ'টোৰ যোগেদি আপুনি বুজিবলৈ সক্ষম হ'ব যে আমাৰ মনলৈ লেতেৰা চিন্তাবোৰ কিয় আহে, আৰু ইয়াক কেনেকৈ নাইকিয়া কৰিব পাৰি। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব।
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
KZitem Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
Contact for:
Content Writing
Motivational Speech
Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#assamesemotivationalvideo
#motivationalstory
#howtogetridofdirtythoughtsfrommind
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani
Негізгі бет মনৰ লেতেৰা চিন্তা নিমিষতে দূৰ কৰক | HOW TO GET RID OF DIRTY THOUGHTS FROM MIND | MOTIVATIONAL STORY
Пікірлер: 48