মন্ত্রীসভাৰ সালসলনিক লৈ বিভিন্ন জল্পনা-কল্পনা ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত। বহু বিধায়কৰ আশা- মন্ত্রীসভাৰ সম্প্রসাৰণ হ’লেই কপাল ফুলিব তেওঁলোকৰ। পিছে কোন কোন বিধায়ক অন্তৰ্ভুক্ত হ’ব পাৰে মুখ্যমন্ত্রীৰ কেবিনেটত? কি চৰ্চা চলিছে দিছপুৰৰ ভিতৰে-বাহিৰে? আহক চাও এই প্রতিবেদন।
#pratidintime #ASSAMNEWS #himantabiswasarma
Негізгі бет মন্ত্রীসভাৰ সালসলনিক লৈ বিভিন্ন জল্পনা-কল্পনা ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত।
Пікірлер: 13