Eyei Misinge Kapil Lukinmayen? Lukup Mémílo Po:lo Anni Aum No Lukinyeku Buluk Ksin Emur Kama Tatkítoma Lukintoma Asin Dígla Sekai Luyir Néko Kamílo Lomna Lukin Yíku...By The way Ranju Nokkímpin Mising Ao ko Kala Asin Dígla Bulum Explore Naam Lagange Very Very Thn Q....
আমি মিচিং মানুহ হৈ আমি মিচিং ভাষা ক'ব নাজানিলে বহু লাজৰ কথা হ'ব। আমি সদায় মিচিং ভাষা জীয়াই ৰাখিবই লাগিব তাৰ বাবে আমি সদায় মিচিং ভাষা ক'ব লাগিব । আমি মিচিং হয় মিচিং ভাষা ন'কলে আমাৰ মিচিং ভাষা লাহে লাহে শেষ হয় যাব ।
অসমৰ অন্য জনগোষ্ঠীৰ লোকসকলে মিচিং ভাষা ক'ব জানে আৰু আপোনা লোক মিচিং হৈ নিজৰ ভাষা ক'ব নজনাটো লাজৰ কথা । গতিকে আপোনালোকলৈ মোৰ এটাই অনুৰোধ নিজৰ ভাষাটোক সন্মান কৰক আৰু ক'ব লৈ শিকক।যাতে পিছৰ প্ৰজন্ম খিনি আপোনালোকৰ নিচিনা হ'ব নালাগে তাকে কামনা কৰিলোঁ।
@gboys7573
2 жыл бұрын
আপোনালোকৰ যিহে মাত কথা এনেকুৱা লাগে যেন আমেৰিকাৰ পৰা বহু বছৰ মূৰতহে আহি পাইছে, আমাৰ গাৱঁৰ ওচৰত অসমীয়া ভাষী বহুত গাৱঁ আছে , কিন্তু আমাৰ কোনেও অসমীয়া নকয় বৰঞ্চ আহোম, কছাৰী মানুহবোৰে মিচিং কথা কয় আমাৰ গাৱঁত
@bhaitipegu3073
2 жыл бұрын
সচাকৈ দেই 💖💖💞
@bikashsharma8413
2 жыл бұрын
তুমি কৰ হয়????
@oiyaoo1009
Жыл бұрын
i have assamese bengali frnds they are fluent in mising they are so fluent that their assamese and bengali has got impacted as they speak mising language in some point their pronounciation is better then mishing people... i just want to say if they can learn and adopt our langauge please give it a try watch movies listen to songs even speak it may sound bad but it will improve for sure..... ❤️🙏
@rambobhaigaming6046
2 жыл бұрын
😁😁Laj nalage nijoke Mising kta kbo najanu ❤️❤️ love you mising
@kanakhazowary3628
2 жыл бұрын
Moi ejon Boro lora amar manuh bilako kisuman dist.ot bohute assamess koi nijor bhakha najane aru boror traditional dress,Medium, traditional dishes sob change hoi gol bohut dukh lage .
@padmeswarnarah4151
2 жыл бұрын
As per as possible we should teach them our mother tongue..❤️❤️❤️❤️to my mising people.
@jin2pegu839
2 жыл бұрын
I m so proud of you my elder brother ,if our Mising people can speaks Assamese language by staying with Assamese people then,why they cannot teach Mising language to their upbringing?
@sabitripegu6554
2 жыл бұрын
আমিও গোলাঘাটৰ hoi কিন্তু ami janu.....ake segar hoi ... তেওঁলোকে kob...নাজানিলে 😭😭😭😭😭😭
@mirzataku9553
2 жыл бұрын
I dak sabitri good luck
@mrjoy21
2 жыл бұрын
Golaghat manubur bhut uprrr mal so aibu nijke ki buli babe .... N video tu sai drib parilu je ajniyatu Mising vaha kble issaa kra nai ...tahate level saaaa
@gaganpegu8972
2 жыл бұрын
Love you Ranju kai. Good job👍 ❤❤🥰
@apaodoley8617
2 жыл бұрын
Mising Aao good job.
@patiraovolgs6330
2 жыл бұрын
নিজৰ জাতিটোৰ ভাষাই যদি পাহৰি যায়. মোৰ লাজ লাগে কবলগীয়া নাই আৰু আপোনালোকক ধন্য মানিছো.আপোনালোক কি মিচিং মানুহ বে ? মই মিচিং কথা কব নাজানো বুলি নিজক proud feel কৰি লাভ নাই. নিজৰ ভাষা নাথাকিলে জাতিটোও নিশেষ হৈ যায়
@budheswarpagag6414
2 жыл бұрын
Xosakoi nijor ভাষাকাতো hagohat khobo lage, aru bohut val lagise Ranju dada missing ভাষাৰ কাৰনে
অতি লাজৰ বিষয় কিন্তু নিজৰ ভাষা নজনাটো। আচলতে শিকিবলৈ আগ্ৰহ নকৰে। আজিকালি আধুনিকতাৰ নামত কিছুমান মানুহে অসমীয়া, ইংৰাজী, হিন্দী ভাষাতেই ক'ব ধৰিছে। নিজৰো যে এটা ভাষা আছে পাহৰিয়ে গৈছে। আৰু কিছুমানে লাজ কৰে নিজৰ ভাষাত কথা কবলৈ। এনে পৰিস্থিতিত আমাৰ ভাষা হেৰাই যোৱা টো নিশ্চিত।''ভাষা থাকিলেহে জাতি থাকিব'' গতিকে সকলোয়ে অন্ততঃ নিজৰ মানুহখিনিৰ লগত নিজৰ ভাষা ব্যৱহাৰ কৰিবলৈ শিকক। তেতিয়াহে ভাষাটো জীয়াই থাকিব।( mishing agom turyarye) mishing rengam irroi✊✊।।
@digantabikash4416
2 жыл бұрын
অসমৰ প্ৰতিটো জনগোষ্ঠীতে ভাষা কোৱা লগতে ভাষা নোকোৱা সমান সংখ্যক লোক আছে । যেনে দেউৰী সকলৰ ভিতৰত টেঙা পনীয়া দেউৰী সকল । বড়োসকলৰ ভিতৰতো কিছু সংখ্যক ভাষা নোকোৱা লোক আছে। ঠিক তেনেকৈ আৰু বহুতো ।ইয়াক লৈ একো বিতৰ্ক কৰা প্ৰয়োজন নাই। ভাষা ক'লেও নকলেও আমি নিজকে মিচিং বুলি বুকু ফুলাই গৌৰৱ কৰোঁ। কৃষ্টি স্্স্কৃটিত সদায় আগবাঢ়া আৰু নমৰা লৈ স্্স্কৃটিৰ এনাজৰীডাল ধৰি ৰাখিব লৈ চেষ্টা কৰিম।
I'm from NL Ranganadi n b'long 2 samuguria Mising........ I'm proud of u working 4 d Mising..... I hope u meet d great success ahead.. b'kz it iz a great job... thnks...
@misingope5669
2 жыл бұрын
Ronju tomar video bur sai bohut bohut doinyabad
@Rakesh-wn5nj
Жыл бұрын
Thank you Ranju Rr
@Binanda_Biswa_musical
2 жыл бұрын
অসমত অসমীয়া হৈ জীয়াই থকাৰ কাৰনে ভাল লাগিল love you all ❤❤❤🙏🙏
@bbbxxx2877
2 жыл бұрын
তহত ঠেক মানসিকতাৰ অসমীয়া। মিছিং এটি অসমৰ জনজাতীয় সুমধুৰ ভাষা হয় আৰু মাতৃভাষা এটি হেৰাই যোৱা কিমান শোকজনক সেয়া বুজি নাপাবি তহতে। আজে বাজে কথা কৈ ইউটুব গেলাব আহিচ তহতে
Really it's very terrible for those people who are can't speak or doesn't want to speak in their mother tounge . Plz 🙏🙏you all the people try to speak in own language, talk each other in your language , Mother tounge is the mirror of a community or is our identity 👍👍and in the last thanks to Ranju da for this video...👍........
@rupenmili3349
Жыл бұрын
Moja missing
@doleylahar0662
2 жыл бұрын
Milié doleyém lapama déi ranju kai😂😂.... anyway video tu bhal lagile no nguluk agom legang eddík idung👍👍🙏🙏
Пікірлер: 659