যুগ যুগ ধৰি পৰম্পৰাগত ভাৱে ১২ বহাগৰ দিনটোত হিন্দু ধৰ্মীয় ৰীতি মৰ্মে মিকিৰগাঁও বৰ নামঘৰৰ স্থাপিত গোঁসাই জনাক নাম-কীৰ্তনেৰে বাহিৰলৈ উলিয়াই অনা হয় । আৰু এটুকুৰা বিশেষ ঠাইত গোঁসাই ৰাখি ভকত সকলে নামগুণ হৰি কীৰ্তন কৰি পুণৰ নামঘৰলৈ নিয়া হয় । সময় বাগৰি এই গোঁসাই উলিওৱা পৰ্বৰ লগত সংগতি ৰাখি দোকান পোহাৰেৰে মেলালৈ গতি কৰিলে । আজি এই এই উৎসৱ ভাগি গাঁওবাসীৰ বাবে এটা বাৰ্ষিক উৎসৱলৈ পৰিণত হ'ল । তাৰেই কিছু অংশ ৰাইজলৈ প্ৰেৰণ কৰিলোঁ ।
।।নমস্কাৰ।।
Негізгі бет মিকিৰগাঁও গোঁসাই উলিওৱা মেলা উৎসৱ উদযাপন । কৃষ্ণ ।
Пікірлер: 2