KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
monor kothabur ranjan chutia
Күн бұрын
monor kothabur ranjan chutia
Рет қаралды
47,107
Ranjan Chutia manik
1
1
Жүктеу
Пікірлер: 295
@hirengogoi5527
Жыл бұрын
মনৰ কথাবোৰ শুনি জানি হৃদয়ত বহুখিনি শক্তি ,সাহস পোৱাৰ অনুভৱ কৰিছো ,ধন্যবাদ পিতা ঈশ্বৰৰ প্ৰশংসা হওক।❤
@pompyborah7512
Жыл бұрын
Eman hukh dukhor majot thaki pitai apuni ji gyan dile amak tar babe kuti kuti bar dhynobad🙏🙏🙏.Eshore hodai kokhole rakhok pitai.praise the lord🙏🙏🙏
@rintidutta8746
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️ গুৰুজনাৰ জীৱনৰ কথা খিনি শুনি দুখ লাগিল যদিও বহুত ভাল লাগিছে। বাইবেলৰ বাক্যৰে গুৰুজনাই প্ৰতিটো কথাই বৰ সুন্দৰ কৈ বুজাই দিছে। গুৰুজনাৰ কথা বোৰত ,এষাৰি মাতত বহুত শক্তি আৰু সাহস পাওঁ। ঈশ্বৰে আমাৰ গুৰুজনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। গুৰুজনাৰ পৰা আৰু কিছু নজনা কথা জানিবলৈ পাম বুলি আশা কৰিলো। আমেন ☦️🛐❤️🙏
@rijumonisaikia2112
Жыл бұрын
Praise the Lord Amen halleluiah
@MinakshiVlogs1219
Жыл бұрын
Praise the Lord Pitai 🙏 Jishu probhu joy houk, Guru Pita joy joy houk 🛐✝️ Amen 🙏
@lakhigogoi5243
Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🛐 হে প্রভু গুৰুজনা আৰু গুৰুমা পবিত্র চৰনত সেৱা আৰু ধন্যবাদ জনাইছোঁ🛐 অ প্রভু যীচু পিতা গুৰুজনা দৃষ্টিত নাজানি কেতিয়াবা ভুল অপৰাধ কৰিছো দয়া কৰি সকলো ক্ষমা কৰি তোমাৰ পথত চলাই নিবা আৰু তোমাৰ চৰনত আমাক সদায় ধৰি ৰাখিবা🛐 হে প্রভু গুৰুজনা এই জীৱন্ত সাক্ষা দ্বাৰাই আমাক সকলোকে জ্ঞান শক্তি আৰু আশীর্বাদ কৰে🛐 হে প্রভু গুৰুজনাই আমাৰ বাবে বহুত বহুত কষ্ট কৰি কৰি তেওঁ আমাক পোহৰৰ বাট দেখুৱাই আমাৰ বাবে অনন্ত জীৱন দিলে , সেই মহান গুৰুজনাক ধন্যবাদ জনাইছোঁ আমেন🛐🛐🛐😭😭😭😭🛐
@ripasahu3584
Жыл бұрын
🙏ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে প্ৰভূ তোমাৰ জীৱন্ত সাক্ষ্যৰ যোগেদি তোমাৰ মহিমা গৌৰৱ প্ৰশংসা চাৰিওদিশতে হওঁক🙏হে প্ৰভূ তোমাৰ পবিত্ৰ চৰণত সশ্ৰদ্ধে সেৱা জনাইছো🙏🙇আমেন🙏
@suru6540
Жыл бұрын
ঈশ্বৰৰ প্ৰঙ্খসা হওঁক 🙏🏿 গুৰু পিতা আৰু গুৰু মা লৈ মোৰ কৌটি কৌটি প্ৰণাম আৰু ধন্যবাদ কৰিছো 🙏🏿 আমেন হালেলুইয়া
@binuhazarika2535
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক।পিতাইৰ মনৰ কথাখিনিয়ে বৰ আবেগিক কৰিদিলে। পিতাই লৈ সহস্ৰ কোটি বাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছো। ঈশ্বৰে পিতাইৰ আগন্তুক সময়খিনিত হাহি আনন্দৰে ভৰি পৰক।।আমেন।।❤❤
@purabigogoi559
Жыл бұрын
Praise the lord 🙏🙏🙏 Guru pita Guru maa soronat hewa jonaisu ...🙏🙏issare gurujonak hakti diok.. amen 🙏🙏
@ritagogoi9384
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 আমাৰ মহান গুৰুজনাক প্ৰনাম আৰু শ্ৰদ্ধা জনাইছোঁ 🙏🙏🙏
@amrithazarika6667
Жыл бұрын
Praise the lord 🙏 guru pita Amen 🙏 mur lora Nayan joty aru mritunjoy kripa korok 🙏
@kabitamoran6158
Жыл бұрын
ঈশ্বৰৰ প্ৰসংশাৰ হওক। ঈশ্বৰৰ গৌৰব হওক। 🛐🛐🛐❤️❤️❤️✝️✝️✝️আমেন 🙏🙏🙏😭😭😭
@rupabora2769
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু পিতা আৰু গুৰু মা লৈ সেৱা জনাইছোঁ।।আমেন, 🙏🙏
@nitubarua3352
Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওক ,গুৰু পিতাই আৰু গুৰু আই লৈ মোৰ সেৱা জনাইছো, আমেন🙏
@gitanjoligogoi6279
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏মহান গুৰুপিতালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো 🙏ঈশ্বৰে গুৰুপিতাইক আৰু আচৰিত ৰ্কায্য কৰিবলৈ জ্ঞান দিয়ক শক্তি দিয়ক ।🙏🙏🙏
@kabitamoran6158
Жыл бұрын
গুৰু পিতাক ঈশ্বৰৰে কুশলে ৰাখক ✝️✝️✝️❤️❤️❤️আমেন 🙏🙏🙏😭😭😭
@sunaliduarah6306
Жыл бұрын
Praise the lord .pravo jisu pita pruhit mohan guru pita guru mak hu sasthya aru hokti diok.🙏🙏🙏🙏🙏❤
@TorumoniRajkhowa
3 ай бұрын
😊
@radhikasahu-nk6hj
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 হে প্ৰভু তোমাৰ জ্ঞান বুদ্ধি শক্তি দিবা আৰু তোমাৰ পথত চলাই নিবা 🙏🙏 আমাৰ মহান গুৰপিতাৰ পবিত্ৰ চৰণত সেৱা ও ধন্যবাদ জনাইছো 🙏🛐🛐🛐🛐❤❤❤❤
@manoojhazarika3909
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🛐❤।। গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছো 🛐❤।।
@mousumiboruah9661
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 😭😭😭🙏🙏🙏🙏।প্ৰভূৰ চৰণত কোটি কোটি বাৰ প্ৰণাম আৰু সেৱা জনালোঁ 🙏🙏🙏🙏 আমেন ।
@lakhiborah4982
Жыл бұрын
🙏🙏🙏ঈশ্বৰৰ প্ৰশংসা হওক, শুৰুদৱেক কৌটি কৌটি প্ৰণাম
@aparajitaborbora1668
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক। গুৰুজনাৰ চৰণত সেৱা জনাইছোঁ। আমেন✝️🙏
@prodipdutta3033
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 গুৰু পিতা লৈ কোটি কোটি সেৱা জ্ঞনাইছো 🙏 আমেন 🙏
@miklonnokja1396
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক আমেন,,,,🙌🙌🙌🙌🙌🙌🎸🎸
@dipgogoi7094
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ৷ পিতাই চৰণত কুটি কুটি বাৰ সেৱা জনাইছোঁ ৷ বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ আগতে মই তোমাক জানিলোঁ। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা আগতে মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ গোটেই জাতিবোৰৰ বাবে।” যিৰিমীয়া 1:5 ❤❤❤❤❤❤❤❤❤❤❤❤❤❤ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@lakhigogoi5243
Жыл бұрын
এই বাক্য যোগেদি ঈশ্বৰে আশীর্বাদ কৰে🛐
@aparajitaborbora1668
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক। আমেন♥️ ✝️🙏
@gitanjoligogoi6279
Жыл бұрын
Praise the lord 🙏🙏🙏
@juridhekialphukan6027
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক 🙏গুৰু পিতাই লৈ প্রণাম জনালোঁ🙏🙏🙏
@neepasahu735
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 আমাৰ মহান গুৰুদেৱৰ পৱিত্ৰ চৰন কমলত সেৱা জনাইছো🙏🙏আমাৰ গুৰুদেৱক শক্তি দিয়া আৰু আনন্দ দিয়া প্ৰভু।🙏🙏
@hirensaikia3810
Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক পিতাই লৈ কোটি কোটি প্ৰণাম জনাইছোঁ 🙏🙏🙏🛐✝️
@lakhimaihazarika483
Жыл бұрын
Provu jisur. Jibonor. Akei. Kahini gurupitair. Jibon. Esore. Mohima. Korok. Gurupitaei. Jibon. Pryiesd. The. Lord. Pobitto. Atmer. Mohima. Houk. Asorit. Jibon. Asorit. Kam. Houk. Amen
@সংগীতযাত্ৰা
Жыл бұрын
Thank you guru pitai , praise the Lord ।
@ilaphukon573
Жыл бұрын
সংঘাতহীন সংগ্ৰামহীন জীৱনৰ হেনো মাদকতা নাই । আমাৰ শ্ৰদ্ধাৰ গুৰুজনা জুয়ে পুৰা সোণ । তেখেত জয়ী হওঁক , অমৰ হওঁক ,সুস্বাস্থ্যৰ অধিকাৰী হওঁক ঈশ্বৰৰ ওচৰত আমাৰ এয়ে প্ৰাৰ্থনা 🙏🙏
@bharotidutta894
Жыл бұрын
Praise the lord pitai🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻❤❤❤
@arunburagohain3962
Жыл бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক। পিতাই আপোনাক সদায় ভালে কুশলে ৰাখিব। আমিন ।🙏🙏🙏
@sanjaymajhi2948
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন🙏🙏🙏
@annerajjak4621
Жыл бұрын
Prise the lord 🙏 Amen 🙏✝️ pitai😭🛐
@naatedas370
Жыл бұрын
Praise the lord. Kothakhini huni bor dukh lagil
@himajya5100
Жыл бұрын
Praise the Lord Amen 🙏 🙏🙏🙏 he pravu tumar mohima pravu doya kripa prakhongkha hoak 🙏🙏🙏🙏 dhonyabad
@LekhashreeUzir
Жыл бұрын
😊
@nijaragogoi2552
Жыл бұрын
Praise the lord pitai 🙏✝️🛐🙏
@pompiphukan2234
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏❤️ আমেন ❤❤
@jinuborboruah3691
Жыл бұрын
Praise the lord pitai Amen 🙏
@BarsaRuhi
Жыл бұрын
Dhoinnobad pita💝🛐✝️ press tha lord, ✝️🙏🛐✝️
@pranabjyotigogoiflutemusic9493
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই 🙏 হে পিতা তোমাৰ পৱিত্ৰ চৰণত সেৱা আৰু প্ৰণাম জনাইছো 🛐
@manjitabhuyanhandique9006
Жыл бұрын
হে পিতা, আপোনাক কোটি কোটি প্ৰণাম🙏🙏🙏
@subhavlogs6720
Жыл бұрын
Praise the lord, pitai tumar dighaiu hauk amen,
@bphukan9263
Жыл бұрын
Praise the lord ! hallelujah hallelujah halleluajh ! Amen
@mowsumideka5975
Жыл бұрын
Praise the lord amen hallelujah pitai 🙏🙏🙏❤️❤️❤️
@lizadutta2695
Жыл бұрын
হে প্ৰভু যিচু মই তোমাক প্ৰানভৰি ভালপাও। তুমি আমাক আশিশ নিৰ্মালি দিয়া
@swapnagogoi
Жыл бұрын
praise the lord.✝️✝️🛐🛐🛐🛐🛐🙏🏻🙏🏻🙏🏻🙏🏻✝️
@moromirisong5157
Жыл бұрын
Praise the lord Aman 🙏🙏🙏✝️✝️✝️💕💕💕❤️❤️❤️🙏🙏🙏🙏🙏
@abhijitkalita374
Жыл бұрын
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️
@surengogoi4198
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ৷
@dgcommunication4346
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷ সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব। মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লো; কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব। যোহন 14:16-17, 25-26 ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@mumuvlogs4197
Жыл бұрын
Praise the Lord Pitai🙏🙏
@DulumoniChutia-id8hv
Жыл бұрын
Praise the Lord guru pitai 🙏🙏🙏❤️
@ratulbaruah2919
Жыл бұрын
❤❤❤❤guru pithai praise the lord
@rumimedhi9964
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🏿 পিতা লৈ শতকোটি বাৰ প্ৰণাম 🙏🏿🛐✝️🌹
@sibaniborah1952
Жыл бұрын
Praise the lord .. apuni amar pita
@dipaliborah1592
Жыл бұрын
Praise the Lord.Amen 🙏🙏🙏❤❤❤
@nirupoma5935
Жыл бұрын
ঈশ্ৱৰৰ প্ৰশংসা হওক 🙏 গুৰুজনাৰ পৱিত্ৰ চৰণত সেৱা জনালোঁ 🙏✝️🛐
@AkashRai-ir1uh
Жыл бұрын
Praise the lord 🙏🙏🙏✝️🛐..guru pita..🙏🙏🙏✝️🛐
@MridulJamuda
Жыл бұрын
Praise the Lord 🙏🙏 bless you Gurudev long live our pitai 🙏🙏amen 🙏🙏
@junmoni000
Жыл бұрын
Praise the lord pitai ❤❤❤
@nirupamamirdha8973
Жыл бұрын
Praise the Lord ✝️🙏🛐🌸🌼
@nipankarsonowal8439
Жыл бұрын
Praise the lord petai 🙏🙏🙏 amen
@monaligogoi3785
Жыл бұрын
Praise the lord...😢✝️🙏
@bububorah1727
Жыл бұрын
Praise the Lord pitai🙏🙏🙏
@bornalibordoloi2288
Жыл бұрын
Amen praise the lord Jesus 🙏🙏🙏🙏
@sumkidas500
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক আমিন
@gargeedoley
Жыл бұрын
Praise the lord Amen✝️🙏✝️🙏🙏✝️✝️✝️
@tulshirdas2985
Жыл бұрын
Praise the Lord🙏🙏🙏🛐🛐🛐 God bless you pitai eswore Apunak aru hokte deok amen🙌🙌
@anjalitaye4810
Жыл бұрын
Praise the Lord 🙌🙌🙏🙏🙏❤️❤️❤️
@shyamoliboruah249
Жыл бұрын
Praise the lord ✝️🙏🛐
@pronabsaikia1998
Жыл бұрын
Praise the lord hallelujah 🙏❤
@kacharibulilong
Жыл бұрын
Praise the Lord 🙏 Amen
@babaisto4019
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক ।গুৰুজনালৈ কোটি কোটি বাৰ ধন্যবাদ।আমেন।🙏
@duttapartha5245
Жыл бұрын
Praise the Lord💕✝️💞💞💞❣️❤️❤️❤️
@minotisobor6069
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏হে পিতা তোমাৰ এই জীবন্ত সাক্ষ্য যোগেদি সকলোকে আৰ্শীবাদ কৰি তোমাৰ মহান ত্যাগৰ সত্য আৰু নিস্বাৰ্থ পথত চলি যাবলৈ জ্ঞান,বুদ্ধি,শক্তি দিবা পিতা 🙏🙏🙏🙏❤❤😭😭😭😭 আমেন পিতা 🙏🙏
@rimaswargiary3948
Жыл бұрын
Praise the lord guru pita ❤🙏🙏 amen
@shruti-jx3zn
Жыл бұрын
Praise the lord👏✝️✝️✝️
@panchigogoi1069
Жыл бұрын
Praise the Lord 🙏🙏✝️✝️🛐
@kironmudi8809
Жыл бұрын
Praise the lord 🙏 halilujah Amen🛐✝️ 🙏
@pujachangmai4143
Жыл бұрын
Praise the lord 💖 amen
@papugogoipapu6473
Жыл бұрын
Praise the Lord pita. 🙏🙏🙏💐
@pradipgogoi3182
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক। সৃষ্টি কৰ্তা ঈশ্বৰক ধন্যবাদ জনায়ছো। আমাৰ পৃতিলৈ কোটি কোটি বাৰ প্ৰণাম জনাইছো। আমেন, অমেন,আমেন।
@monaligogoi3785
Жыл бұрын
Praise the lord pita
@munmidas1405
Жыл бұрын
Praise the Lord❤❤❤🙏🙏🙏
@lakhiramdas4712
Жыл бұрын
praise the lord pita.hallelujah hallelujah hallelujah. amen
@aparajitaboiragibaruah8633
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏
@parijatsaikia184
Жыл бұрын
ঈশ্বৰৰ প্ৰশ্ংসা হওঁক। গুৰুপিতাক কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ।🙏🙏🙏
@dipadutta6631
Жыл бұрын
Praise the lord.,🙏🙏🙏
@jyotibikashsaikia4683
Жыл бұрын
Praise The Lord🙏🏻✝️❤
@mithurajj6827
Жыл бұрын
Hundor ❤❤❤
@pranabborpatragohain9111
Жыл бұрын
Praise the lord.❤❤❤
@niharikabordoloi3679
Жыл бұрын
গুৰুপিতালৈ সহস্ৰ প্ৰণাম🙏🙏🙏🙏 আমেন
@aratidevi4519
Жыл бұрын
Amen,great testimony of gurudev.pronam gurudev loi aru guru ma loi 🙏🙏 praise the Lord 🙏 God bless you with all happiness 😊😊
@preetikonwar7015
Жыл бұрын
Praise the lord 🙏🙏🙏guru pita
@gunakantaboruah3037
Жыл бұрын
Amen.....praise the lord....
@dipakgogoi7283
4 ай бұрын
Praise the lord pitai সদাই ভালে কুশলে থাকক 🛐🛐🛐🙏🙏🙏
@nityakakoti2918
Жыл бұрын
Praise the lord✝️✝️✝️🙏🙏🙏
@lakhigogoi5243
8 ай бұрын
হে প্রভু গুৰুজনা এই জীৱন্ত সাক্ষ দ্বাৰাই আমাক বহুত শক্তি দিয়ে হে প্রভু এই আত্মাৰ সাক্ষা যোগেদি গোটেই পৃথিৱীত বিয়পি পৰক মহিমা হওঁক হালেলৈয়া ধন্যবাদ🛐😭😭😭🛐
@bhanibalasaikia5176
Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হক আমেন, সংঘাত পূৰ্ণ জীৱন সাৰ্থক হোৱা বুলি কৈছে, আমেন ।
@lipikagogoi4434
Жыл бұрын
Praise the Lord 🛐🛐🛐🙏🙏🙏
Пікірлер: 295