প্ৰতীক্ষাৰ ’মৰাণ বিহু“
“পথাৰৰ চেচুঁবন“
কথা সংৰচনা - জিতু গোস্বামী
ঢোল/তাল - নবাৰ্টৰঞ্জন,ভাস্কৰ
বাঁহী - মণ্টু নেওগ
সংগীত বাণীবন্ধন আৰু সংমিশ্ৰণ - বিক্ৰম চাউৰক @Chawrok Music
Poster designing and lyrical video - Tushar Gohain
Special Thanks to
Dr Rituraj Moran
Hridayjyoti Moran
Doli Deka
Lyrics
পথাৰৰ চেচুঁবন
মোৰে কোমল যৌৱন
ইচাতিনো বিচাতি মন,
যাকে চিকন দেখোং ঐ
তাকে আশা কৰোং
মোৰে কুমলীয়া মন ৷
এফিমান মৰমে ঐ বহনা
অন্তৰখন নভৰে
চেনেহো এফিমান লাগে,
মৰমে চেনেহে ঐ বহনা
মিহলি হ’লেহে
সঁচা ভালেপোৱা জাগে ৷
অতি মৰম লাগে
ভৰিনো কলাফুলত
আৰুনো মৰম লাগে গালত,
আৰু মৰম লাগে ঐ
বাটতনো লগে পালে
মাতিব মই নোৱাৰোং লাজত ৷
ভদীয়ানো ৰ’দতে হাই ঐ
পকাকৈ পনিয়ল হাই
পিটিকি পিটিকি খালোং,
পনিয়ল খাংতে
তোলৈ মনত পৰি হাই
জিভাতে কামোৰি পালোং ৷
থুকুচি থুকুচি হাই ঐ
জাকৈ বাই আছিলোং হাই
তোলেনো পৰিলে মনত,
ঝোপোৱা এটাকে
তো চিনা দেখিলোং
হাপুৰ কৰি গ’লে বুকত ৷
এখাঁদৰনো জোখৰে
তাঁতখনি লগালোং
ফণিয়াই ভাঙিলোং ঝট,
বিহুখনিৰ পাছতে
তোৰেনো হ’মে বুলি
দেহতনো নায়েকিয়া তত্ |
#youtubemusic #youtube #pratikshadeka #moranbihu #Assamesehitsongs #bihu #songs #moran
Негізгі бет Музыка MORAN BIHU || POTHAROR SESUBON || PRATIKSHA DEKA || 2024 || NEW MORAN BIHU
Пікірлер: 107