AUDIO CREDITS :
Singer : Neel Hazarika & Nisha Ome
Lyrics & tune : Mesan Priyam
Mising Lyrics : Nisha Ome
Music : Neel Hazarika
Flute : Bitupan Konwar
Violin : Manzil Kr Gogoi
Guitar : Bikash Gogoi
Recorded at Studio B-type Music by Bikash Gogoi
Thanks to Breezu Saikia (Studio Octave )
Gfx & Lyrical : Arup Jyoti Hazarika
Produced by : Akash Riyen /Bhagyashree K Hazarika
For live shows : 9954379508 /9678019527
/ neelakash.hazarika.77
/ _neel_hazarika
Lyrics
মৰম আছুতীয়া কৈ
বুকুতে আছোঁ লৈ..
ভাবাচোন এবাৰলে
জোন তুমি মোৰে হৈ...
ৰাতি লিখো কবিতা
জোন তোমাকে নো লৈ..
ৰোৱানা কাষৰতে
মোৰ চিৰদিনলৈ....
অ তুমি কিয়নো নোবোজা
মোৰে নো সঁচা মৰমক....
আলফুলে ৰাখিম তোমাক বুকুতে
কথা দিলো মোৰে শপত....
কিনো কৰোঁ এতিয়া মই ভাবি পোৱা নাই..
চিৰিংকৈ বুকুখন কঁপি যায়
যায়.... চিৰিংকৈ বুকুখন কঁপি যায়......
আঅৃনা নম্ আঅৃনা নম্ ঙ আচিন অদাগ্
আঅৃনা নম্ আঅৃনা নম্ ঙ আইপৗ মৗঃদাগ্
আঅৃনা ন ঙক্কৗ ঙক্কৗ ঙক্কৗ মৗঃনামৗ
আঅৃনা ন ঙক্কৗ ঙক্কৗ ঙক্কৗ চৃঃজনৗ
লাগে বুলিলেই দিম
আকাশৰ জোনে তৰা..
আৰু অভিমানী হ'লে
মৰমে দিম এচুমা......
অচিনাকী বতাহজাকে মোকে আহি গোপনে
তোমাৰে কথাকে কৈ যায়....
মন মোৰ মতলীয়া যৌৱনো উতনুৱা
প্রতিক্ষণ তোমাকে ধিয়াই.......
অ তুমি এপাহি গোলাপ ফুল
মোৰে নো মন ফুলনিৰ
অ তুমি নাযাবা দুৰলে
মোৰে বুকু শুদা কৰি..
কিনো কৰো এতিয়া মই ভাবি পোৱা নাই..
চিৰিংকৈ বুকুখন কঁপি যায়
যায়.... চিৰিংকৈ বুকুখন কঁপি যায়....
তোমাৰ হাঁহিতেই জোন
হ'লে নো মন বলিয়া
তুমি কথা দিলেই
ব'হাগত পেলাম টোপোলা....
মৰমৰে এনাজৰী বান্ধিবা টানি টানি
তুমি জোন কাষৰতে ৰৈ..
পাখি লগা মনে আজি উৰি ফুৰে যেনি তেনি
তোমাক জোন বুজাও কেনেকৈ..
অ তুমি কিয়নো নোবোজা
মোৰে নো সঁচা মৰমক
আলফুলে ৰাখিম তোমাক বুকুতে
কথা দিলো মোৰে শপত...
কিনো কৰোঁ এতিয়া মই ভাবি পোৱা নাই..
চিৰিংকৈ বুকুখন কঁপি যায়
যায়... চিৰিংকৈ বুকুখন কঁপি যায়....
যায়........ চিৰিংকৈ বুকুখন কঁপি যায়.........
Special Thanks :
Maa Deuta , Mukesh Mili , Madhab neel , Monjil Phatowali, Gitanjali Basumatary, Nilav Nita , Nitul dadhara , Nitul Borah ,Bitu Khanikar , Chanokya, Jitumon Hazarika , Angad mech , Saurav Das ,Prantadeep Das , Gaurav Mech , Smita Das, Madhujya Borgohain , Satya das , Bishal Sonowal ,Niva Das Bordoloi , Naba Bordoloi, Bikram Chawrok
Негізгі бет Morom Asutiyakoi / Neel Hazarika f.t Nisha Ome / Mesan Priyam
Пікірлер: 151