বৃহস্পতিবাৰৰ নিশাৰ মুষলধাৰ বৰষুণৰ ফলত মহাসাগৰলৈ পৰিণত হ’ল গুৱাহাটী মহানগৰ। কৃত্রিম বানত বুৰিল চানমাৰি, অনিল নগৰ, নবীন নগৰ, আমবাৰী, গণেশগুৰি, উলুবাৰীকে আদি কৰি মহানগৰীৰ বিভিন্ন অঞ্চল। বেদখল আৰু মহানগৰবাসীৰ অসচেতনতাৰ বাবেই কৃত্রিম বান হোৱা বুলি মন্তব্য মন্ত্রী অশোক সিংহালৰ। ইতিমধ্যে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি হেল্পলাইন নম্বৰ মুকলি কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে।
#pratidintime #guwahati #flood
Негізгі бет মুখ্যমন্ত্রীয়ে নেদেখা বানত ককবকাইছে মহানগৰবাসীয়ে...
Пікірлер: 33