মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খুড়ীয়েকে ক'লে-বোপাই তই মোক পাহৰি গলি,
সৰুতে সৰ্বানন্দ সোণোৱালক আলপৈচান ধৰা বৃদ্ধা খুড়ীয়েকৰ কাতৰ আহ্বান, বোপাই মোক অলপ সহায় কৰ, সৰুতে তোক মই আলপৈচান ধৰিছিলোঁ, সৰুতে কোলাত লৈ তোক ডাঙৰ কৰিলোঁ, এতিয়া মোৰ বেমাৰ, সৰ্বানন্দ সোণোৱালৰ খুড়ীয়েক ৰহিলা সোণোৱালে কটাইছে দুৰ্বিসহ জীৱন, চাবুৱাৰ মুলূক গাঁৱত বাস কৰা ৰহিলা সোণোৱালে মনত পেলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক
Sarbananda Sonowal
Негізгі бет মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খুড়ীয়েকে ক'লে-বোপাই তই মোক পাহৰি গলি
Пікірлер: 914