সমন্বয়ৰ বাৰ্তা বহন কৰা এটা বিশেষ মন্দিৰ। উত্তৰ গুৱাহাটীত আছে এই শিৱ মন্দিৰটো। ৫০০ বছৰীয়া শিৱ মন্দিৰটো চোৱা-চিতা কৰে এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে। পুৱা-গধুলি ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰে ইছলামধৰ্মী এটা পৰিয়ালে। হিন্দু-মুছলমানৰ মিলনৰ থলী হৈ পৰিছে এই মন্দিৰটো।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Негізгі бет Muslim family looks after Shiva Temple in North Guwahati
Пікірлер: 254