PE pe kathar xunihe gam palo Karishma buli make aaji kame hl neki
@mitalinath6601
Жыл бұрын
দাদা নাগৰা নহয় নাগাৰা নাম হয়
@poojadeka7439
Жыл бұрын
Makeup ki dukan hoi ahixe ...😂 thumbnailt blg kunuba bli h vabixilu 🤣🤣
@lakshiprashadsarma5380
Жыл бұрын
Moi bhabu Karishma Nath r kiba bhul hoise xudharai dibo Lage..Jodi namot band party music dibo nelage tenehale namot Hindi /Assamese ganor music dibo noware .
@ab_films1
Жыл бұрын
Negra geet, negra geet hisapei thakibo lage
@bkp9774
Жыл бұрын
Hostiya swali eaijoni. Ji pai takei gai sun.
@prabhatkumargogoi2717
Жыл бұрын
কৰীস্মা, হিন্দীত " करिश्मा " শব্দৰ অৰ্থ " चमत्कारपूर्ण कार्य ", চমত্কাৰ পূৰ্ণ কাৰ্য ৷ সঁচাকৈয়ে, কৰীস্মাৰ সুৰতালগীতনৃত্য আৰু প্ৰকাশভংগীত চমত্কাৰিতা আছে ৷ চচিয়েল মেডিয়াৰ বহুল প্ৰচাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ স্বীকাৰো কৰিছে কোনোবাই ভুল দেখিলে আঙুলিয়াই দিবলৈ, আৰু শুধৰাই লবলৈয়ো প্ৰস্তুত ৷ সেয়ে অভিজ্ঞ সকলে কিবা যদি ভুল দেখিছে আঙুলিয়াই দি কৰীস্মাৰ প্ৰতিভা খিনিক আগবঢ়াই নিয়াত সহায় কৰক , বৰ্জন বা কুমন্তব্যৰে সমালোচনা কৰি নহয় ৷
@sweetchildhood3479
Жыл бұрын
Lagilay Nagranam Songbedhan Change koriba lagay. Betorka Kori ai Joni aru basi bhiral hoi goisay. Good.
@bijuleedeka8974
Жыл бұрын
Bhakti bhab rakhi nam gaba . besi adhunik habo gale anekua hoboi.
@basumusicandcreativity9382
Жыл бұрын
বহুত ভাল লাগে কৰিশ্মাৰ কথাবোৰ। সঁচা কথা কয় আৰু চিধা কথা কয় সদায়।
Eulta pulta bokisa tumi pepe New generation ke tumi pe pe pe hekaisa Wah ke kom aru
@JBBORA-fg2he
Жыл бұрын
O majoni kahini bhag dhormio puthir pora lobasun bohut bhal hobo . Tumar mongol hobo .
@manujgogoi7232
Жыл бұрын
Pe pe pe pe pe pe gan to bor vl lage
@bahirabha8927
Жыл бұрын
Angie banging bhal lagise xurtu Ajman xaru Hale bahut bhal lagil hai
@lakhyabaruah523
Жыл бұрын
Ketyau nagara naam Assam t dekhi a pua nasilu...nagara naam r namtu he hunisilu...kintu Karishma r pora he nagara naam dekhisu aru dekhi val lagise boring nohoi...karishmai nagara naam bahut uporot loi gol kintu atya sobei sini pai nagara naam...best of luck Karishma aru fali deya....atya ako kisuman lukai thoka sini nupuwa manuh kisumanu ulai ahise down debole suwali jonik....
@debrajbori1559
Жыл бұрын
নাগাৰা নাম জীয়াই ৰখাৰ বাবে কৰিশমালৈ ধন্যবাদ থাকিল।
@layanhazarika4480
Жыл бұрын
Good presentation 😊keep it up.
@BikashDas-o4y8q
Жыл бұрын
Ko👧💅💄🚶♀️
@priyankasaikia5302
Жыл бұрын
মেকাপ কম হ'ল আজি 😀😂😀😂😂,,,,,,,,দে আৰ্ লাগি থাকা আমি আমনি নলগালৈ শুনি থাকিম😀
@dasmanash627
Жыл бұрын
কৰিশ্মা কাৰণে এটা হিয়াভৰা লাইক
@ankurpoems5701
Жыл бұрын
Taur protivatu sok plaus point sauk mainas tu nhi
@sixermixerallcontantishere
Жыл бұрын
Apana style main kora dusara jo bole bol ne dedo dusara khana nahi kilayaege apana merji jo koro Karishma.
@shamimhussainpro5267
Жыл бұрын
কৰিশ্মা বহু তো ভাল নাট্যকাৰ হিচাপে গণ্য কৰা হয় ধন্যবাদ জ্ঞাপন কৰিছো 🥰🥰🥰😍👍👍
@hiteshkalita4784
Жыл бұрын
Good 👍 ❤❤❤❤
@sasangkadutta9881
Жыл бұрын
Karishma best hl oh 2..
@himangshurajbongshi
Жыл бұрын
বিহু গীত বোৰ যে বেলেগ হৈ গৈছে, হিন্দী sow বিলাকত বিহুতো বেলেগকৈ উপস্হাপন কৰে তাক নেদেখে, খগেন মহন্তৰ এনেকৈ নাচাবা বৰ মৰম লগাকৈ গীততো কেনেকুৱা কৰিছে নিশ্চয় দেখিছে, নাম ধৰ্মত ভগবানৰ গুণ গৰিমা গোৱা হয়, আধুনিকৰণ কৰিৱ পাৰে, কিন্তু ইমানো নহয়, সকলো দিশ লাগিৱ, কৰিস্মা নাথে যি কৰিছে সেয়া কোনো ভুল হৱ নোৱাৰে কাৰণ বেংপাৰ্টি অসমীয়া সমাজৰ এক অনবদ্য অনুদান, মোৰ মতে ভুল এইতোতে হোৱা বুলি কম যে কৰিস্মাই পেপাতো বজোৱা অভিনয়তো বেয়া কৰিছে, একো নাই পিছত ভাল কৰিৱ বুলি আশা থাকিল, যিবিলাক নৃত্য কৰে সত্য ৰুপত উপস্হাপন কৰিৱ পাৰিলে ভাল, কিন্তু বিতৰ্ক বিলাক আমাৰ অসমীয়াত হে হয়, ডাঙৰ বিলাকে সৰুৱে ভুল কৰিলে তাক শাস্তি দিয়াতো ভাল কথা নহয়, ভুল বোৰ শুধৰণি কৰি দিৱ লাগে... তাকে নকৰি কিয় মানসীক অত্যাচাৰ কৰি আছে, তাৰ বাবে যদি কিবা হয় দায়ি কোন হৱ, কৰিস্মা দুৰ্বল ছোৱালী নহয়.... (ধন্যবাদ) হিমাংশু ৰাজবংশী
Пікірлер: 77