KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
নাম প্ৰসঙ্গত নামাচাৰ্য্যই তাল কেনেকৈ বজাব লাগে?
Күн бұрын
নাম প্ৰসঙ্গত নামাচাৰ্য্যই তাল কেনেকৈ বজাব লাগে?
Рет қаралды
73,063
@kankana Vlog
1
1
Жүктеу
Пікірлер: 157
@madhusudankalita1890
2 ай бұрын
কৃষ্ণ সুন্দৰ, বৰা বাপজনালৈ সহস্ৰ প্ৰণিপাত জনালোঁ।ইমান সুন্দৰ আৰু বিতংকৈ বুজাইছে।
@kankanacreation3167
2 ай бұрын
কৃষ্ণ🙏কৃষ্ণ।
@dhirensaikia4740
14 күн бұрын
অতি সুন্দৰ ব্যৱস্থাপনা | কৃষ্ণ
@kankanacreation3167
14 күн бұрын
কৃষ্ণ🙏
@srimontaburagohain1665
Жыл бұрын
সুন্দৰ লাগিছে বাপজন ,প্ৰভুৰ নাম কীৰ্তন কৰিবলৈ ভগৱানে কৃপা বৰিষক।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।
@girinkrgogoi8688
Жыл бұрын
খুব সুন্দৰ হৈছে,ভিডিও তো চাপৰি,আৰু তালৰ শব্দ আগতে ওলাই ছে
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।অলপ দুৰৰ পৰা কৰিব লগা হল বাপ জন।সেই কাৰনে তেনে হল।
@babulborah5253
Жыл бұрын
কৃষ্ণ ্ জয় গুৰু শংকৰ ।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@ankitadas1152
Жыл бұрын
আই সকলে তাল বজাবলৈ সুবিধা আছে নে,,
@monilahan7596
Жыл бұрын
কৃষ্ণ কৃষ্ণ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@jyotishdeori979
Жыл бұрын
সুন্দৰ। বাপজনাক ভগৱানে কৃপাকৰক।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@kharkhuaokhomia5949
5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ! সমস্ত ভকতৰ পাদপদ্মত এভাগি সেৱা জনাইছো।প্ৰসঙ্গ কৰাৰ চেষ্টা কৰিছো।আপোনাসৱে কৃপা কৰিব বুলি সেবা জনালো ।জয় গুৰু শঙ্কৰ।
@kankanacreation3167
5 ай бұрын
কৃষ্ণ🙏কৃষ্ণ বাপ কৃপা হওক।
@sanjeevlaskar6881
Жыл бұрын
ভাল লাগিল। বাপজনা সেউজীয়া গামোচা খনৰ তাৎপৰ্যতো ভাঙি দিলে উপকৃত হলো হয়।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।কিয় জানিব বিছাৰিলে নাজানিলো।
@sanjeevlaskar6881
Жыл бұрын
@@kankanacreation3167 মূখ্য 3খন অসমীয়া গামোচাৰ ওপৰিও প্ৰায় 10 খন মান গামোচাৰ প্ৰচলন অসমৰ ঠাই ভেদে দেখা যায়। কিন্তু সংঘৰ বাপ সকলে কেইবছৰমানৰ পৰা কৃষ্ণ গুৰুৰ ধৰ্মীয় লোক সকলে ব্যৱহাৰ কৰা সেউজীয়া পাৰি গামোচা খন ব্যৱহাৰ কৰা দেখা যায়। এই বিষয়ে কেইবাজনো বাপক আমাৰ সংঘত এই গামোচা খন কেনেকৈ আহিল জানিব বিছাৰো যদিও মনঃপূত উত্তৰ পোৱা নাই। কৃষ্ণ বাপ।
@khiroddeori1669
Жыл бұрын
🙏 কৃষ্ণ ।সুন্দৰ পৰামৰ্শ।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@digantaborah5022
Жыл бұрын
বৰ সুন্দৰ বাপ,কৃষ্ণ,, সেৱা আগবঢ়াই ছো।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@pranjoldutta7038
Жыл бұрын
অতি সুন্দৰ ভাৱে প্ৰশিক্ষণ দিছে 🙏🏿 আমাৰ বহুত সুবিধা হৈছে ভিডিঅ'ৰ জড়িয়তে 🙏🏿🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿জয় গুৰু শঙ্কৰ 🙏🏿
@kankanacreation3167
Жыл бұрын
কৃষ্ণ বাপ 🙏সমস্তকে এই প্ৰশিক্ষন চাব পৰা ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছে।কৃপা আমাৰ চেনেলটিৰ যোগেদী আপোনাসব উপকৃত হোৱা বুলি জানি আমি সুখী অুভৱ কৰিছো।ক্ৰম অনুসৰি দিয়াৰ চেষ্টা কৰিচো।আপোনা সবৱ কৃপা লাগিব🙏।
@prahladhazarika9956
5 ай бұрын
সুন্দৰ পৰিবেশন। কৃষ্ণ কৃষ্ণ। প্ৰহ্লাদ কুমাৰ হাজৰিকা।প্ৰাক্তন সভাপতি।জামুগুৰি আঞ্চলিক। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ।জামুগুৰিহাট।
@kankanacreation3167
5 ай бұрын
কৃষ্ণ🙏।সেৱা নিবেদিলো বাপজন।
@juriboruah1152
Жыл бұрын
কৃষ্ণ অতি সুন্দৰ। বাপ জনলৈ সেৱা নিবেদিলো।
@kankanacreation3167
Жыл бұрын
Krisha🙏
@hemantakr.borahassam802
Жыл бұрын
কৃষ্ণ বাপ, বহুত নজনা কথা জানিবলৈ পাই ধন্য হ’লোঁ৷
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।আপোনা সবে উপকৃত হোৱা বুলি জানি আমি পৰম সন্তোষ লভিছো।ইয়াৰ পাছৰ খণ্ডটি চাব সেৱা ধৰিলো🙏
@birendutta9226
29 күн бұрын
কৃষ্ণ প্ৰভুৱে আপোনাক ভালে ৰাখক
@kankanacreation3167
29 күн бұрын
কৃষ্ণ🙏
@jadavgogoi4008
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সমস্ত জনলৈ মহাঅধমে সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ 🙏।সেৱা জনালো।
@renukadassaloi6596
Жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা প্ৰভু
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏সেৱা জনালো।
@vagnahriday3074
11 ай бұрын
খুউব সুন্দৰ ।
@kankanacreation3167
11 ай бұрын
কৃষ্ণ🙏
@সজ্ঞীৱনেওগSanjibNeog
Жыл бұрын
🙏নাম প্ৰসঙ্গৰ নিয়মৰ বহু কথা আপোনাৰ পৰা জানিব পাৰিলো প্ৰভু । কৃষ্ণ বোলি সেৱা জনালো । 🙏🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@bijumonidutta2472
Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ বাপ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@subhadutta5368
Жыл бұрын
কৃষ্ণ,এভাগ নামৰ লগত বজাই দেখোওৱা হলে ভাল আছিল। কৃষ্ণ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।এইয়া প্ৰশিক্ষন হে চলি আাছে।ক্ৰম অনুসৰি ভি ডি অ সমুহ দিয়া হব।সকলো ভি ডি অ আাপুনি চাই যাব অলপ হলেও উপকাৰ হব। ছেনেলটো চাচক্ৰাইব কৰি লব।এনে ভিডিঅ পাই থাকিব।সেৱা ধৰিলো।কৃষ্ণ🙏 ।
@arupkonwar3195
Жыл бұрын
কৃষ্ণ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@KeshabPhukon-nj2du
Ай бұрын
Krishna krishna krishna bap krishna
@kankanacreation3167
Ай бұрын
কৃষ্ণ🙏
@pulokdutta120
Жыл бұрын
🙏কৃষ্ণ ,বাপ ,সুন্দৰ পদক্ষেপ🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ আপোনা সবৰ কৃপা🙏
@sewalibora2532
Жыл бұрын
সুন্দৰ অ বাপজনা।আমিগৃহতে আপোনাৰ অমৃত পান কৰিবলৈ পাইছো।বৰ সন্তোষ পাইছো দেই।আগলৈ এইদৰেই সুন্দৰ ভিদিঅ পাম বুলি আশা কৰিলো।ভগৱানে সদায় কৃপা কৰক। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।প্ৰতি সপ্তাহত দিয়াৰ ব্যবস্থা কৰা হৈছে। কৃপা কৰি অলপ শ্বেয়াৰ কৰি দিব।সমস্তৰে সুবিধা হব।
@ritamoninathbora5683
Жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@kankanacreation3167
Жыл бұрын
🙏কৃষ্ণ।
@RahulSonowao
10 ай бұрын
কৃষ্ণ বাপ🙏
@kankanacreation3167
10 ай бұрын
কৃষ্ণ🙏
@agogoimusicproduction2924
Жыл бұрын
কৃষ্ণ সুন্দৰ বাপ কৃষ্ণ কৃষ্ণ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@GopalKachariOfficial
Жыл бұрын
🙏🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@durlavrajbaruah1268
Жыл бұрын
কৃষ্ণ। বৰ ভাল লাগিছে। এনেকুৱা ধৰণৰ প্ৰশিক্ষণ ৰ ভিডিও য়ে নতুন শিকাৰু সকল ক বৰ সহায় কৰিব। গতিকে আমি বৰ উপকৃত হৈছো।বৰা বাপ জনাৰ এনে ধৰণৰ ভিডিও সমূহ ডিজিটেল মাধ্যমত যথেষ্ট পৰিমানে প্ৰচাৰ প্ৰসাৰ হ'ব লাগে। তেখেতৰ কথাখিনি সকলো নামাচাৰ্যই শুনাটো অতিকে প্ৰয়োজন। সকলো লোকে তেখেতক লগ কৰি শিকাতো সকলো বাবে সম্ভব ও নহয়। এনেদৰে যদি ডিজিটেল মাধ্যমত প্ৰচাৰ হয় তেন্তে সকলোৱে ঘৰত থাকিও নাম প্ৰসংগ শিকিব পাৰিব। গতিকে ই এটা বৰ সুন্দৰ ব্যবস্থা। গতিকে আমি আপোনাৰ চৰণত সেৱা নিবেদন কৰিছো যাতে এনেকুৱা ধৰণৰ ভিডিও আৰু আগবঢ়াই সমগ্র অসমৰ নামাচাৰ্য শিল্পী সকলক শিকি যাবৰ বাবে সহায় কৰি যায়। বৰা চাৰক সাধাৰণতে ডিজিটেল মাধ্যমত একেবাৰে দেখা নাযায়। ইয়াৰ জৰিয়তে বৰা চাৰলৈ এটা অনুৰোধ জনালো যে তেখেতে এটা নিজাববীয়াকৈ এটা KZitem চেনেল খুলি শংকৰী সংগীতৰ সকলোখিনি কথা প্ৰচাৰ প্ৰসাৰ কৰে যেন। ইয়াৰ জৰিয়তে শংকৰী সংগীতে যথেষ্ট পৰিমানে প্ৰচাৰ প্ৰসাৰ লাভ কৰিব। এনেকুৱা এটা ব্যবস্থা শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিব পাৰে দেখুন। আজি কালি ডিজিটেল মাধ্যমৰ যুগ। গতিকে ডিজিটেল মাধ্যমৰ সহায় নললে প্ৰচাৰ প্ৰসাৰ ক্ষেত্রত বিশেষ আগবাঢ়িব নোৱাৰিব।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏। আমি ভি ডি অ' সমুহ দি যোৱাৰ প্ৰয়াস কৰা হৈছে।ইয়াত প্ৰচাৰ হোৱা ভি ডি অ' সমুহ আপোনা সবৰ উপকৃত হোৱা বুলি জানি আমি সুখী অনুভব কৰিছো।ভবিষ্যতলৈকে দি যোৱাৰ পৰিকল্পনা কৰা হৈছে।যদি আপোনা সবৰ মনোগ্ৰাহি হৈছে আমাৰ চেনেল টো কৃপা কৰি suscribed কৰি লব🙏।পাৰিলে আৰু কেইজন মান লৈ শ্বেয়াৰ কৰি দিব বুলি সেৱা নিবেদিলো🙏।জয় গুৰু শঙ্কৰ।
@purnoborah4976
Жыл бұрын
বৰ ভাল লাগিল অনুষ্ঠান ভাগ চাই লগতে আন আন খুতি নাতি খিনি দেখুৱাই গলে বহুতেই উপকৃত হ'ব 🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।ক্ৰম অনুসৰি দি থকা হৈছে। পাছৰ ভিডিঅ সমুহত নিশয় 'সুবিধা হব।কৃষ্ণ🙏
@nandadulalborah5246
7 ай бұрын
🙏🏼🙏🏼
@kankanacreation3167
7 ай бұрын
কৃষ্ণ🙏
@junborah9841
Жыл бұрын
❤🎉
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@ChayonikaLoing
Ай бұрын
Krishna bap
@kankanacreation3167
Ай бұрын
কৃষ্ণ🙏
@kankanacreation3167
Ай бұрын
কৃষ্ণ🙏
@aikankalita6733
Жыл бұрын
Krishna krishna bap jona bahut val lagil
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@probhawotiboruah586
Жыл бұрын
কৃষ্ণ প্ৰায় তএইশ বছৰ পিছত বৰা বাপজনাক দেখা পাই অতি আনন্দিত হলো।তেখেত আমাৰ নাম প্ৰসংগ প্ৰশীক্ষক গুৰু আছিল।ভক্তি পূৰ্ণ সেৱা নিবেদিলো কৃষ্ণ তিতাবৰ পৰা।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ 🙏।আমি এই চেনলৰ যোগেদী লগ পাই থকাৰ ব্যৱস্থা কৰা হৈছে।
@bivusaikia5909
3 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@kankanacreation3167
3 ай бұрын
কৃষ্ণ🙏
@JintuMedhi-vb3hj
6 күн бұрын
Krishna
@kankanacreation3167
6 күн бұрын
কৃষ্ণ🙏
@poragboruah4156
Жыл бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় গুৰু শঙ্কৰ🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@jitendrapanging1638
Жыл бұрын
ভালো হইছে
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@banjitbaishya7791
7 күн бұрын
🙏কৃষ্ণ কৃষ্ণ, অতি সুন্দৰ কিন্তু বাপ ক্ষমা কৰিব আপোনাতকৈ আগত আন এযোৰ তালৰ ধ্বনি শুনাত আপুনি শিকোৱা তালৰ শব্দটো/ধ্বনিটো ভালদৰে বুজা নাজায়। মোৰ বোধেৰে off camera ত থকা তালযোৰ নবজোৱাকৈ শিকালে বেছিকৈ উপকৃত হম। কৃষ্ণ কৃষ্ণ 🙏
@kankanacreation3167
7 күн бұрын
কৃষ্ণ🙏কৃষ্ণ
@rinapathak4268
Жыл бұрын
নাম প্ৰসংগ ৰ ভিডিঅ'দিবছোন। কৃষ্ণ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।ক্ৰম অনুসৰি দিয়াৰ ব্যৱস্থা কৰা হব।এইয়া আমাৰ প্ৰশিক্ষনৰ অংশ হে দিয়া হৈছে ।সেৱা ধৰিলো আপোনাৰ অনুৰুধৰ মান্যতা আমি নিশ্চয় ৰাখিম🙏।
@rabisonpatar1656
Жыл бұрын
Krishna bap jona appear maydha arou loare aeke niomot prosago pronali hole bhal hol hoie .,.from nawgaon krishna bap bhal lagil
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।ভাল লাগিল অলপ উনুকিয়াই দিয়া বাবে। এইয়া মাথো প্ৰাৰম্ভিক পৰ্যায়ৰ হে ।শুদ্ধ ৰূপত দিয়াৰ প্ৰয়াস কৰা হব বাপজন।সেৱা জনালো🙏।সমস্তৰে ভগৱন্তৰ কৃপা হওক।
@DurgeswarDas-wv9oq
10 ай бұрын
Prabhu Krishna, Anusilan bhag kun jegat hoi thaake Kripa kori jonabosun.
@kankanacreation3167
10 ай бұрын
কৃষ্ণ🙏।যোৰহাট জিলা শাখাৰ নামঘৰত প্ৰতি শনি বাৰে।
@DurgeswarDas-wv9oq
10 ай бұрын
Thnks,apunaloi namor kripa borosilu.
@nirjurajgogoi319
Жыл бұрын
আপোনাৰ চেনেলটোৰ জৰিয়তে বহু কথা জানিব পাৰিছো৷ আগলৈও এনেধৰণৰ অনুষ্ঠান পাম বুলি আশা থাকিল ৷
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@pronabnath7575
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন 🙏🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@jibonjyotidutta622
Жыл бұрын
Nice
@lukendrachutia242
Жыл бұрын
অতি প্ৰয়োজনিয় VDO এটা পালো । কিন্তুু শব্দ বিলাক প্ৰতিধনি হোৱাৰ বাবে কথা বিলাক বুজাত অলপ অসুবিধা হৈছে। বাপজনা আপোনাক অনুৰোধ কৰিছো পাৰিলে বাদ্য ভাগিৰ কথা খিনি পুনৰ প্ৰতিধনি নোহোৱাকৈ VDO বনাব বুলি আশা ৰাখিলো। কৃষ্ণ কৃষ্ণ।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ 🙏।ইয়াৰ পাছৰ প্ৰশিক্ষনৰ অংশৰ পৰা ভাল দৰে দিব পৰা চেষ্টা কৰিম বাপ জন।
@manashjyotiborah6895
Жыл бұрын
কৃষ্ণ ৰাম
@kankanacreation3167
Жыл бұрын
🙏🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@bubulLoying-e8e
2 күн бұрын
কৃষ্ণ বাপ মই আপোনাৰ ভি ডি অ বিলাক চাইছো ।মই নতুন বাপ আপোনি যদি বেয়া নাপায় তেতিয়া হলে জয় হৰি গোবিন্দ ৰ্কীতন ভাগ তাল বজাই ভি ডি অ টো মোৰক দিয়ক বাপ । কৃষ্ণ !
@kankanacreation3167
2 күн бұрын
কৃষ্ণ🙏
@dulumonibharali8266
8 ай бұрын
ঠাই ভেদে নিশি বেলেগ বেলেগ হয় নেকি বাৰু
@kankanacreation3167
8 ай бұрын
কৃষ্ণ🙏 বাপ। ঠাই বিশেষে নিশি বেলেগ হলেও ভূল নহয়।
@mmadhab1658
6 ай бұрын
কৃষ্ণ কৃষ্ণ🙏
@kankanacreation3167
6 ай бұрын
কৃষ্ণ🙏
@subhasishchutian8801
Жыл бұрын
Krishna
@kankanacreation3167
Жыл бұрын
Krishna🙏
@pulakdas2171
Ай бұрын
Sundar
@kankanacreation3167
Ай бұрын
কৃষ্ণ🙏
@traditionalassam9183
4 ай бұрын
তাল শিকে যদি আমাৰ অমিয় প্ৰভুক চাব
@kankanacreation3167
4 ай бұрын
কৃষ্ণ🙏
@binoydas-g9y
Жыл бұрын
Uttam prakhikhan pramali, krishma nap.
@kankanacreation3167
Жыл бұрын
Krishna🙏
@DeokanRajkhowa
Жыл бұрын
কৃষ্ণ আমিও এই সুন্দৰ অনুস্থানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিচো । লগতে বৰা বাপজনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ,কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@kankanacreation3167
Жыл бұрын
কৃষ্ণ 🙏।সেৱা জনালো।
@yy-df1sg
11 ай бұрын
কৃষ্ণ বাপৰ পৰা অলপ জানিব লগা আছিল ফোন নাম্বৰটো পাম নেকি
@kankanacreation3167
11 ай бұрын
কৃষ্ণ🙏।ক্ৰম অনুসৰি সকলো পাব।
@jodumonibora8181
Жыл бұрын
krishna 2015manat ei adhamar grihat aponar hatar tallar loi paisilo aru adhame atiya derghanta loike gharat bazaba parisu Kintu bapjanak punar dekha powanohol hothat aji dekhi amar antarik sewa aag barhalo
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@prasannatamuli699
Жыл бұрын
❤krishna, bor sundar, val lagise, ❤krishna❤
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏সেৱা জনালো।
@jitenkumarbora617
Жыл бұрын
Apunar chenel tu chai mai upakita holu Krishna Bap
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏 সেৱা জনালো।
@aparajitatamuli7273
Жыл бұрын
❤ কৃষ্ণ ❤বৰ ভাল লাগিছে❤কৃষ্ণ❤
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।সেৱা জনালো।
@kalindeebhomora6395
Жыл бұрын
Baap joner contact number dibo soon…..
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
@roiumbon5172
Жыл бұрын
বাপ জনালৈ সেৱা নিবেদি, নজনা কথা এটা জানিবলৈ হেপাহ কৰিছোঁ, ভুল হলে ক্ষমিব । কথাটো হ'ল , মহিলাই প্ৰসঙ্গ কৰিব পাৰিনে বাপ ?
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।আমি ভাবো ভগৱন্তৰ গুনানু কীৰ্তন সকলোৱে কৰিব পাৰে।
@roiumbon5172
Жыл бұрын
@@kankanacreation3167 হয় মায়ো টাকেই ভাবো,
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।
@jibongogoi6940
8 ай бұрын
কিহৰ প্ৰস্তাব ৰ কথা কৈছে? ডিঙিত ৰঙা ৰঙৰ গামোছা লব l
@kankanacreation3167
8 ай бұрын
🤔🤔
@bbdrawingacademy8212
11 ай бұрын
কৃষ্ণ বাপৰ ফোন নম্বৰ পাম নেকি
@kankanacreation3167
11 ай бұрын
কৃষ্ণ🙏
@kankanacreation3167
11 ай бұрын
কৃষ্ণ🙏
@AnilTantibhagawat
Жыл бұрын
Krishna 🙏🙏🙏🙏🙏🙏👏🙏🌷🙏🌷🌷👏👏🌷🙏👏🌷🙏🙏🌷👏🌷🌷👏👏🌷🙏👏👏🙏🙏👏🌷🙏🌷🌷🙏🙏🌷👏🙏👏🙏🙏👏🙏🙏🌷👏👏🙏👏👏🙏🌷🌷🙏👏🌷🙏🙏👏👏🙏👏🌷🙏👏🙏🌷🙏🙏🌷🌷🙏👏👏🙏🙏👏 saranloi kuti kuty bar pranam. ,otty hundar
@kankanacreation3167
Жыл бұрын
KRISHNA🙏
@nipulborah6265
Жыл бұрын
আপোনাৰ যোগাযোগৰ নম্বৰটো অনুগ্ৰহ কৰি দিব চুন ।
@kankanacreation3167
Жыл бұрын
কৃষ্ণ 🙏।
@shyamolikabora2924
Жыл бұрын
Apunar kishu word ispata nohoi
@kankanacreation3167
Жыл бұрын
হয়।অলপ আঁতৰ হোৱা হেতু ভালদৰে কৰিব পৰা নগল।পাছৰ প্ৰশিক্ষনৰ কথাখিনি নিশ্চয় শুনা পাব🙏।
@Bigbossjhvfuik
5 ай бұрын
সেউজীয়া গামোচা.....
@kankanacreation3167
5 ай бұрын
কৃষ্ণ🙏
@dayamaydas2492
Ай бұрын
Krishna krishna
@kankanacreation3167
Ай бұрын
কৃষ্ণ🙏
@jitendrapanging1638
Жыл бұрын
ভালো হইছে
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏।কৃপা কৰি চেনেলটি চাাচক্ৰাইব কৰি লব।প্ৰতি সপ্তাহত নতুন নতুনকৈ প্ৰশিক্ষনৰ অংশ দি থকা হৈছে।
@arupkonwar3195
Жыл бұрын
কৃষ্ণ
@kankanacreation3167
Жыл бұрын
কৃষ্ণ🙏
Пікірлер: 157