নগাঁও লোকসভা সমষ্টিত আজি শক্তি প্রদৰ্শন কৰিলে কংগ্রেছে। প্রদ্যুৎ বৰদলৈৰ হৈ প্রচাৰ চলালে ৩ গগৈসহ কংগ্রেছৰ জ্যেষ্ঠ নেতাই। জুৰীয়াত ২০ সহস্রাধিক ৰাইজক শপত বাক্য পাঠ কৰোৱালে অখিল গগৈয়ে। কংগ্রেছৰ প্রাৰ্থী প্রদ্যুৎ বৰদলৈক ভোট দিয়াৰ আহ্বান অখিল গগৈৰ।
#pratidintime #assam #electionwithpratidintime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম #congress
Негізгі бет নগাঁও লোকসভা সমষ্টিত আজি শক্তি প্রদৰ্শন কৰিলে কংগ্রেছে...
Пікірлер: 243