পোন প্ৰথমে সকলোকে মোৰ চেনেল তৰফৰ পৰা অধিক শুভ কামনা জনালোঁ
এইটো এটা Informative videos
ITI পঢ়িম বুলি যদি ভবিছে তেন্তে এই ভিদিও যোগেদি আপোনাৰ লগতে আপোনাৰ বন্ধু বন্ধব ৰ সকলোৰে সহায় হব বুলি মই কামনা কৰোঁ
বিশেষকৈ নগাঁও ITI বিষই সবিশেষ তথ্য ডাঙি ধৰা হৈছে
যদি আপুনি ভিদেও টোৰ যোগেদি অলমান সহায় পাইছে তেন্তে মোৰ এটা সৰু বিনতি মোৰ এই চেনেল টো Subscribe কৰি দিয়ে যেন লগতে বেল আইকন টো যাতে এনেধৰণৰ ভিডিও সকলোতকৈ আগতে আপুনি পাই যাই
ধৈনবাদ
#assamesevlogs
#iti #itinagaon
#iti_update #Nagaon
#allassamrider
#ashwineboruah
#assamesevlogs
Instagram I'd
instagram.com/...
Негізгі бет Nagaon ITI ত পঢ়িম বুলি ভাবিছে নেকি বাৰু ? সকলোৰে comment ৰ reply এইটো Video ত আছে
Пікірлер: 245