কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ শৰণীয়াই এইবাৰ পুনৰ সমষ্টিটোৰ পৰা নিৰ্বাচন খেলাৰ পথ ৰুদ্ধ হৈ পৰিল। ৰাজ্যিক পৰ্যায়ৰ জাতিগত নিৰীক্ষণ সমিতিয়ে শৰণীয়াৰ অনুসূচিত জাতিৰ প্ৰমাণপত্র নাকচ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়েও সমিতিৰ সিদ্ধান্ত বাহাল ৰাখে। অৱশ্যে ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতো কাইলৈ মনোনয়ন পত্র দাখিল কৰাৰ কথা ঘোষণা কৰিছে নৱ শৰণীয়াই। সমান্তৰালৈ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠত ৰায়দানৰ বিৰুদ্ধে খণ্ড বিচাৰপীঠৰ দ্বাৰস্থ সাংসদ গৰাকীৰ।
#PratidinTime #assam #HighCourt #nabasarania
Негізгі бет নৱ শৰণীয়াৰ ৰাজনৈতিক ইনিংছ- ‘The End !’
Пікірлер: 29