Pritom Official
#New Assamese songলোকগীত:--- 2024 কন্ঠ:-পৰাগ প্ৰীতম তালুকদাৰ
"নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ "
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ"
Music 🪕.............................
"হে প্ৰান কৃষ্ণ বন্ধু তুমি জগতৰ"
হে প্ৰান কৃষ্ণ বন্ধু তুমি জগতৰ
তোমাৰ মহিমা প্ৰভু
অনেক অপাৰ।।
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ"
Music🎸........................
"হে কৃপা ঠাকুৰ তুমি জগতৰ
তুমি জগতৰ "
হে কৃপা ঠাকুৰ তুমি জগতৰ
তুমি জগতৰ
তুমি বিনে সংসাৰত নাহি কোনো জন হে এ এ "
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ
Music.🎻..........................
"ও হে পৰম গুৰু তুমি জগতৰ
তুমি জগতৰ "
ও হে পৰম গুৰু তুমি জগতৰ
তুমি জগতৰ।।
তোমাৰ পদ ছায়া দিয়া দান হে এ এ....
নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ
গোবিন্দ, গোবিন্দ গোবিন্দ
সমাপ্ত...........
Thank you so much 🙏
Singer- Parag Pritom
Lyrics_tune - Parag Pritom
Music- Dipkesh Bargohyan
Tabla- Raja Baruah
Dholak-Naba chutia
Flute -kailash Rabbah
Dotara- Banjo Nirmal
RECORDED AT studio Dreams by Ripunjoy Sarma
Mix By Dipkesh Borgohain
Mastering by Jintu Botdoloi
Poster Design- Partha
Camera_Video Edit- Papu
Special Thanks_
Krishna Talukdar
Khiroda Talukdar
Prakash Talukdar (A.P.B.N)
Pompi Talukdar
Please Subscribe This Channel
জাননি ✍️ মোৰ বিনা অনুমতিত কোনোৱে যাতে বেলেগ ইউটিউব চেনেলত You tube channel t গীত টো আপলোড নকৰে। ✍️Parag pritom....
Copyright Reserved by Parag pritom official Don't upload iilegally....
🙏 Thanks For Watching
Негізгі бет New Assamese ||Top Folk song||Narayan Gopal (নাৰায়ণ গোপাল)by Parag pritom 2022
Пікірлер: 63