#NewsLive #AssamNews
পদূলি মুখত হেঁপাহৰ ভোগালী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি। আকৰ্ষণীয় থীমেৰে নিৰ্মাণ চলিছে ভেলাঘৰৰ। কলাইগাঁৱত নিউজ চেনেলৰ DSNGভানৰ আৰ্হিত ভেলাঘৰ। ৰহাৰ আমনিত প্ৰকৃতি সুৰক্ষাৰ থীমেৰে নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। নগাঁৱৰ জাজৰিত নামঘৰৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিছে ভেলাঘৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Негізгі бет নিউজ চেনেলৰ DSNG ভানৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ
Пікірлер: 36