" সঁচা ভালপোৱা বুলি নাথাকে ! ভালপোৱা সঁচায়েই , যিটো মিছা সেইটো ভালপোৱায়েই নহয় " ~ this line ❤️🩹❤️🩹
@ShyamantikaDekae
5 ай бұрын
Right
@nayanmoniborkotoky6609
4 ай бұрын
মই সততে কৈ অহা কথাষাৰ আপোনাৰ মুখেৰে শুনিলোঁ। দাদা মোৰ জীৱনৰ কিছুমান কথা আছে আপোনাৰ লগত আলোচনা কৰিবৰ মন আছিল। কিবা উপায় আছে নেকি ?? আপোনাৰ চিন্তাধাৰাৰে বিষয়বোৰ কিছু আলোচনা কৰিলোঁ হয়।
@Jinu433
4 ай бұрын
@@nayanmoniborkotoky6609❤
@Riiiituu
20 күн бұрын
Amar eta discord serve ase. Jot same interest r friends bisari paba all over the world. Tat mental health related, productivity, phillosophy, literature xokolu type r kotha discuss koribo para. Aru kiba publishing ot help lage jodiu amar member bure arthik bhabe help kore aru promotion o kori dibo. Moi link tu di dim @@nayanmoniborkotoky6609
@AshaJyotiBassa
5 ай бұрын
১ঘন্টা ১৯মিনিট skip নকৰাকৈ চোৱাৰ পাছটো এনে কোৱা লাগিলে উফ আৰু অলপ সময় যদি কথা পাতিলে হয় ❤❤
নিৰিবিলি এক নীৰৱ কাহিনী... 🌼সঁচাই বৰ যাদুকৰী উপন্যাস । উপন্যাস পঢ়ি বেয়া পোৱা ছোৱালীজনীক ও ২৪৮৬ খিলা পৃষ্ঠাৰ উপন্যাসখন পঢ়িবলৈ বাধ্য কৰাইছিল। অশেষ ধন্যবাদ মোক এই উপন্যাসখনৰ বিষয়ে কোৱাৰ বাবে । পঢ়িবলৈ আৰম্ভ কৰাৰ পৰা শেষ কৰালৈকে এখন বেলেগ পৃথিৱীত সোমাই পৰিছিলো মই । উপন্যাসখন পঢ়ি থাকোঁতে কেতিয়াবা হাঁহিছিলো কেতিয়াবা কান্দিছিলো কাৰণ তাৰ ভিতৰত সোমাই পৰিছিলো মই । তাৰ এটাএটা শাৰী পঢ়োতে এনে লাগিছিল যেন তাতে আছোঁ মই। তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা সৰুৰে পৰা শুনি আহিছো অৱশ্যে ইমানো ডাঙৰ হোৱা নাই 😅। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোৱাৰ এটা আশা আছিল মোৰ কিন্তু সেই আশা এতিয়া এক লক্ষ্য হৈ পৰিছে। আজিলৈকে বিশ্ববিদ্যালয়খন ওচৰৰ পৰা দেখা নাই যদিও ফটোত অলপ চলপ দেখিছোঁ। উপন্যাসখন পঢ়ি থাকোঁতে সেই অলপেৰে সৈতে নিজৰ কল্পনাৰ চহৰখনত সজাই লৈছিলো কেম্পাছখন.. সেই essentialখন, এমেনিটীখন,লাইব্ৰেৰীটো, সোৱণশিৰি আৰু পাটকাই হোষ্টেল কেইখনৰ পৰা আৰম্ভ কৰি নিৰিবিলি আৰু কাঞ্চনজংঘাৰ পুলটোও আৰু যে কত কি ...। এইবোৰৰ লগতে যেন সাজি লৈছিল বিশেষ ৪খন মুখ..। যিকেইখন মুখ আজিলৈকে মই দেখা নাই আৰু কেতিয়াও নেদেখোঁ কিয়নো তেওঁলোক মোৰ কল্পনাৰ চহৰৰ বাসিন্দা...। সেই মুখ কেইখন বেলেগ কাৰো নহয় ..🙂 উপন্যাসখনৰ মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি কেইজনৰ । সন্ধ্যা ৰাগিনী বৰুৱা, অভিমন্যু শৰ্মা, অনুৰণ হাজৰিকা আৰু ময়ূৰ কৃষ্ণ বৰুৱা। কাহিনীটো পঢ়ি যোৱাৰ লগে লগে দেখিও গৈছিলো সকলোবোৰ..🍀🍀 শেষত অশেষ ধন্যবাদ কৌশিক দাদা লৈ ইমান ধুনীয়া উপন্যাস এখন আমাক দিয়াৰ বাবে 🙏 (সৰাফুল পঢ়িলো বহুত ভাল লাগিল ☺️ ৰাধা পঢ়িছোঁ ভাল লাগিছে ☺️🙏
@Jahanabisvlog
5 ай бұрын
মোৰো একেই হৈছে!! কিতাপ খন পঢ়ি এনেকুৱা লাগিছে যে সঁচাকৈয়ে মইও যে তাতে আছোঁ!! প্ৰথম বাৰৰ বাবে উপন্যাস খন পঢ়িছিলোঁ এনেকুৱাকৈ সোমাই পৰিছো যেন আমনি নালাগে পঢ়ি আৰু পঢ়িম এটা খণ্ড শেষ হোৱাৰ পাছত তাৰ পাছৰ খণ্ডটিট কি কি আছে কি হবগৈ সেইবোৰ যে আকৌ পঢ়িম.. জানিবলৈ মন গৈ থাকে!!তেনেকুৱা লাগে!! নিৰিবিলিৰ পৰা TU ৰ বিষয়ে জানিব পাৰিলোঁ !!TU খন এতিয়া এনেকুৱা লাগে যেন মইও তাত পঢ়িম !! আৰু সেই যে বিশেষ চৰিত্ৰ কেইটা মনলৈ সদায় ভাহি আহে!! কেতিয়াবা সপোনত দেখো সেইবোৰ!! সঁচাকৈয়ে ভাল লাগিল!! উপন্যাস খন পঢ়াৰ পাছত আৰু বেলেগ এখন উপন্যাস যে পঢ়িম তেনেকুৱা লাগে!! তেঁওৰ কিতাপ কেইখনৰ পৰা মই বহুত কথা শিকিব পাৰিছো আৰু জানিব পাৰিছো!! অশেষ ধন্যবাদ কৌশিক দা ❤️🥺!! আশা কৰো সদায় এনেকুৱা ধুনীয়া ধুনীয়া উপহাৰ আমালৈ আগবঢ়াব!!
@Shikhamoni910
5 ай бұрын
@@Jahanabisvlog Hosai niribili amar babe ata emotion hoi ❤️
@dipuborah1315
5 ай бұрын
All the very best bhonti.. Bhl dre pohiba log pam, ,, I'll be your senior 🥰 aru ata kotha monot raxiba emn besi expectations bandhi noloba mont niribilik loi because TU not doubt bht xundor thai hoi kintu ata thai special xei apun manuh xinie he bonabo tar natural beauty a nohoi.. I hope you'll understand baki best of luck🤞
life r one of the toughest time t book khn paisilu....2023r matric time bhl hbo buli bhba paper dukhn out hoisil tension hoi goisil 10dinor gap disil out huwa paper dukhn r exam r loike....xei xomoyote niribili poha imn long novel khn 3dinot khtm korisilu..,one of the most special book for me❤🎉
@rosmirekhadutta4355
5 ай бұрын
Same moi u exam r majot pohisilu 😅
@Lukumani_905
5 ай бұрын
Now...tumi science r ne arts r student...mne moi u aei bar 12th r
@UpakulParashar
5 ай бұрын
@@Lukumani_905 science
@UpakulParashar
5 ай бұрын
@@Lukumani_905 science
@UpakulParashar
5 ай бұрын
@@Lukumani_905 science r
@pujabaishya7805
5 ай бұрын
এখন উপন্যাসে মানুহক ইমান প্ৰভাৱিত কৰিব পাৰে নে!! জীৱনত প্ৰথম বাৰৰ বাবে এখন উপন্যাস পঢ়ি পঢ়ি ৰাতি পুৱাই গৈছে।ৰাতি ১০ বজাৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এই উপন্যাস খনৰ কাহিনভাগৰ মাজত এনেদৰে সুমাই পৰিলোঁ যে এবাৰ সময় কিমান হল বুলি মোবাইলটো চাই থতমত খাব লগা হৈছে তেতিয়া ৰাতিপুৱা ৫ বাজিছে😮 বুজাব নোৱাৰা এক অনুভূতি❤
উপন্যাস পঢ়া মানুহে চৰিত্ৰত জীয়াব পাৰে... যিকোনো চৰিত্ৰতে জীয়াব পাৰে... কিন্তু যেতিয়া সেই একেই চৰিত্ৰ নিজৰ লগত ঘটে... তেতিয়া তেনে নিজৰ লিখা বা পঢ়া উপন্যাসৰ প্ৰতিটো শব্দও যেন অভিশাপ যেন লাগে
@manusasdiary311
5 ай бұрын
তেওঁৰ লিখনিত সৰাপাতো কুঁহিপাত হৈ জিলিকি উঠে 🥺 ভাষা, শব্দ নাই তেওঁৰ গুণ গাবলৈ প্ৰিয় জন সদায় প্ৰিয় 🥀
@pratyakha9513
5 ай бұрын
This is the best episode of Aboyob bhuyan. Rather than inviting some popular people,invite some people like Kaushik nanda. Everything word is heart touching 😭♥️
@jintikalita3386
5 ай бұрын
যাৰ লিখনি পঢ়িলে এৰিবলৈ মন নাযায়.... সেই প্ৰিয় ব্যত্তিগৰাকীৰ মৰমসনা কথাবোৰ শুনি ভাল লাগিল.... তেওঁ আগুৱাই যাওক আৰু আমাৰ মাজত নতুন নতুন লিখনিবোৰ উপহাৰ কৰক ❤🎉
@pinkujitdas3000
5 ай бұрын
একেবাৰে নতুন প্ৰজন্মই পাঠ্যক্ৰমৰ কিতাপৰ বাহিৰে অন্য কিতাপৰ ৰসাস্বাদন কৰিবলৈ এৰা বুলি যি কথা ওলাবলৈ ধৰিছিল, সেই কথাক নিৰিবিলি আৰু সৰাফুলে তল পেলাই দিলে। এয়া আচৰিত হ'ব পৰাকৈ এক ইতিবাচক কথা। যিহেতু মই গ্ৰন্থ বিপণীৰ লগত জড়িত,সেইহেতু মোৰ এয়া ক্ষেত্ৰ-অভিজ্ঞতা। বৰ ভাল লাগিল কথাবোৰ। কৌশিকৰ লগতে আটাইলৈ অভিনন্দন জনালোঁ❤
@techbhargab4809
5 ай бұрын
This the fst podcast of yours যিটো মই অলপো skip নকৰাকৈ চাইছো। Best podcast ever from ur channel. সচাঁকৈয়ে মানুহজন বাস্তৱটো একেই ❤ যদি সম্ভৱ হয় তেন্তে next episode টো Tezpur University r students বোৰৰ লগত লওক। নাইবা আপুনি বেলেগ কলেজবোৰলৈ গৈও তাৰ students বিলাকৰ লগত podcast কৰক । হয়তো তেতিয়া youth views বাঢিৱ আৰু বেছি। I don't have much idea about this topic but I'm only sharing my POV Aboyob da...i hope u understand ❤ বহুত বেছি মৰম নলবাৰীৰ পৰা, আশা কৰো ভৱিষ্যতে নলবাৰীতো আপোনাৰ podcast চাব পাম।
@aboyobbhuyan
5 ай бұрын
Bhal lagil.. sesta korim❤️
@PriyankaDas-cu3em
5 ай бұрын
সদায় সেই বিশেষ মানুহজনৰ অভাৱে দিনটোৰ শেষত এই নিসংগতাই আৱৰে। অশ্ৰুসিক্ত হৈ পৰিছে কথাকেইটা শুনি💕প্ৰায় মানুহৰ লগতে প্ৰকাশ কৰিব নোৱাৰা এটি দুখৰ কাহিনী লুকাই থাকে।
@piku__492
5 ай бұрын
প্ৰথমবাৰ অনুভৱ হৈছিল উপন্যাস মানুহৰ জীৱনৰ সংগী ও হব পাৰে, প্ৰিয় বন্ধু হব পাৰে ,'নিৰিবিলি'ৰ মুক্তিয়ে মোৰ উপন্যাস জগতলৈ মৰম, শ্ৰদ্ধা বঢ়ালে❤
@sanghamitra9922
5 ай бұрын
Pdf পঢ়িছিলোঁ ,,,,,❤ সদায় চকুৰ আগত ভাহি থাকে,,, সেই TU r দেশখন❤আপুনি প্ৰিয় সদাই প্ৰিয় হৈ থাকিব❤❤
@bikashsarmah3233
4 ай бұрын
Pdf 2 dibo pribo nki
@sanghamitra9922
4 ай бұрын
@@bikashsarmah3233 Moi matric d ai porhisilo 😌
@sanghamitra9922
4 ай бұрын
@@bikashsarmah3233 Moi matric r pst ai porhisilo 😌
Have never watched aboyob's podcast before but if it comes to kaushik i have to give it a watch. I just love kaushik and i am just a niribili lover who is waiting for radha❤
Having watched countless podcasts, I must admit, this one stands out as one of the best. I mean the "best".💎 His personality shines through his words and voice! Xobdor Jadukor!! I'll be honest; although he's a renowned writer from Assam, I've never delved into his novels, thinking they were overly hyped. Yet, after this episode, I'm convinced I need to dive into his literary works.I've actually perused a few of his Facebook posts, and I must say, they were truly impressive.. can't wait to read his exceptional literary works! Thankyou Aboyob da! Bhale thakok.. ক'ৰবাত যেন নিজক আজি বিচাৰি পালোঁ!
@cRAzY-lg4cy
5 ай бұрын
যান্ত্ৰিকতাই অনুভৱ মোহাৰি পেলাব নোৱাৰে। প্ৰেম জীয়াই থাকে, কেতিয়াবা আত্মাৰ মাজত, কেতিয়াবা কবিতাত নাইবা কেতিয়াবা কোনোবা শৰীৰৰ ভাঁজত। সময় সলনি হৈ গৈ থাকিলেও আমাৰ মাজত কোনোবাখিনিত সেই মানুহ এটা জীয়াই থাকে , যিয়ে অনুভৱৰ মাজতে কেৱল এখন পৃথিৱী সাজে। ভাল লাগিল কিছু মনৰ কথা শুনি। আপুনি আৰু লিখি যাওঁক, পঢ়ি ভাল পোৱা মানুহৰ বাবে আপুনি সদায়ে প্ৰিয়। আৰু ইমান ধুনীয়া এটি podcast ৰ বাবে দাদা আপোনাকো বহুত ধন্যবাদ ❤।
Пікірлер: 1,6 М.