মোক কোনেও মেনেজ কৰিব নোৱাৰে। মই মুম্বাইত ৰুটি-বিস্কুট খাই ষ্ট্ৰাগল নকৰো। বিহু মঞ্চত ৰসাল কথাৰে গীতৰ যাদু অব্যাহত জুবিন গাৰ্গৰ। আনহাতে বিশ্বনাথত দৰ্শকৰ কান্ধত উঠি গীত পৰিৱেশন কুসুম কৈলাশৰ।
- 6 жыл бұрын
Nobody can ‘manage me’, says Zubeen Garg
- Рет қаралды 287,281
Пікірлер: 209