Assamese song of Nilima Khatun /Lyrics by Keshab Mahanta /Music by Ramen Baruah.
Lyrics of the song :
নদী মাথো বয় কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
অ’ ... বাধা দি ৰাখিব কোনে
আছে সাগৰৰে যাৰ ভাল পোৱা
আছে সাগৰৰে যাৰ ভাল পোৱা
সাগৰৰে সি মিলিব জানে
বাধা দি ৰাখিব কোনে ..!!
অ’ ... বাধা দি ৰাখিব কোনে
নদী মাথো বয় কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
অ’ ... বাধা দি ৰাখিব কোনে ।
জাকে জাকে আহে যায় ধুমুহা
লৰে জানো পাহাৰৰ ওখ গা
জাকে জাকে আহে যায় ধুমুহা
লৰে জানো পাহাৰৰ ওখ গা
অ’ ঢলে পাৰ ভাঙে, জাঁজী ভাঙি আনে
ঢলে পাৰ ভাঙে, জাঁজী ভাঙি আনে
নৈয়ে কি বিঘিনি মানে..!!
বাধা দি ৰাখিব কোনে
অ’ ... বাধা দি ৰাখিব কোনে
নদী মাথো বয় কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
অ’ ... বাধা দি ৰাখিব কোনে ।
মনে মনে বৰিলো তোমাকে
তুমি মোৰ আঁউসীৰে জোনাকে
মনে মনে বৰিলো তোমাকে
তুমি মোৰ আঁউসীৰে জোনাকে
অ'... মন কিয় ভাঙে, ভয় কিয় জাগে
মন কিয় ভাঙে, ভয় কিয় জাগে
বান্ধোন চাঙিব কোনে ..!!
বাধা দি ৰাখিব কোনে
অ’ ... বাধা দি ৰাখিব কোনে।
নদী মাথো বয় কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
অ’ ... বাধা দি ৰাখিব কোনে
আছে সাগৰৰে যাৰ ভাল পোৱা
আছে সাগৰৰে যাৰ ভাল পোৱা
সাগৰৰে সি মিলিব জানে
বাধা দি ৰাখিব কোনে ..!!
অ’ ... বাধা দি ৰাখিব কোনে
নদী মাথো বয় কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
অ’ ... বাধা দি ৰাখিব কোনে ..!!
গীতিকাৰ : কেশৱ মহন্ত
কণ্ঠ : নীলিমা খাতুন
সুৰ-সংগীত : ৰমেন বৰুৱা
🌿🌼🌿
Негізгі бет Nodi Matho Boi (নদী মাথো বয়) - by Nilima Khatun.
Пікірлер: 167