Obiram New Assamese Song Nilakshi Neog & Ellana
Singer: Nilakshi Neog
Penned, Composed & Produced by Ellana
Label: Ellana
ASSOCIATED PEOPLE:
Audio Mixing Engineer: Koustav Saikia (Kauzzy Records, Guwahati)
Original Artwork: Sankar Bharali
Video Editing and Animation: Uddipta Kumar Bhattacharyya (Blue Raaga Audio Visual Studio, Guwahati)
©Copyright Reserved by Studio Dolphin
'OBIRAM’ Out Now.
Available on Spotify and all other online music platforms.
Song Lyrics:
দিগন্তত হিমালয় বোজাই হৃদয়,
অনন্তত বেজাৰে চিলাই সময়;
অবিৰাম হিংস্ৰ এটি সিংহৰ
তৃষ্ণা লুণীয়া কলিজাৰ হ্ৰদ,
অবিৰাম ৰুদ্ৰ এটি সূৰ্যৰ যঁতৰত
নেওঁঠা দৃঢ়তাৰ জঁট,
অন্তৰৰ তপত চৰুত
অনুভৱ অকণমান সিজিলেই.....
.
.
জীৱন
----- -----
কোনোবা ঘন জংঘলত চুলিকোছা মেলে তাই,
ৰ'দৰ পলৰীয়া খোজক থপিয়াই নচুৱায়...!
এচটা শিলত শুকুৱায় দুখৰ চোলাটো তাইৰ,
ধুমুহাৰ উদণ্ড ওঁঠক শ্লীলতাৰ ভাষা শিকাই....!
বাৰে বাৰে জ্বলে নাৰীৰ হৃদয়পৃষ্ঠৰ এঙাৰ,
কুঠৰীৰ এন্ধাৰত আবদ্ধ জীয়াই থকাৰ অধিকাৰ...!
------ ------
আকাশলে প্ৰসাৰিত দুখন হাতক,
নেলাগে অকণো সুবিধাবাদী পৰশ....
অবিৰাম হিংস্ৰ এটি সিংহক
আবেগৰ সাৱলীল ভাষাৰে বশ,
অবিৰাম ৰুদ্ৰ এটি সূৰ্য্যৰ যঁতৰত
নেওঁঠি দৃঢ়তাৰ পথ,
দিন-ৰাতিৰ মঞ্চনাটত
সিহঁতৰ অভিনয় চিনিলেই.....
.
.
.
জীৱন
GET IN TOUCH With Ellana
*KZitem link ( / @ellanawave )
*Facebook Page link ( / ellanaoriginals16 )
*Instagram link ( / ellana_originals )
GET IN TOUCH With Nilakshi Neog
instagram.com/...
/ neognilakshi
/ nilakshi.neog.3
#Obiram #Ellana #NilakshiNeog #NewSong2020
Негізгі бет Obiram (Official Song) | Nilakshi Neog & Ellana | Koustav Saikia | (New Assamese Song )
Пікірлер: 141