Brahmaputra Exam Success Support Team
www.besst.in
Brahmaputra Exam Success Support Team চমুকৈ besst হৈছে এক online educational portal যত অভিজ্ঞ গবেষকসকলে পৰীক্ষা প্ৰস্তুতিৰ প্ৰণালীবদ্ধ শৈলী তৈয়াৰ কৰি উলিয়াইছে। ইয়াত CUET UG, GENERAL APTITUDE TEST আৰু ONLINE CLASSES আদি বিভিন্ন COURSE ৰ ব্যৱস্থা আছে।
ইয়াত Sample papers, Practice papers আৰু Mock pspers উপলব্ধ।
বিনামূলীয়াকৈ www.besst.in ত register কৰি
free sample papers practice কৰিব পাৰিব।
লগতে ইয়াত CUET UG ৰ
১)NTA দ্বাৰা পৰিচালনা কৰা computer-based test ৰ এক হুবহু পৰিৱেশ পাব।
২)CUET ৰ registration process টো বিনামূলীয়াকৈ practice কৰিব পাৰিব।
Cuet ug:-
দিল্লী বিশ্ববিদ্যালয়,বেনাৰস হিন্দু বিশ্ববিদ্যালয় অথবা জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আদিৰ দৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভতিৰ কাৰণে Common University Entrance Test চমুকৈ CUET ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ৱ লাগিব।
General Aptitude Test:-
সকলো competitive exam অত এই syllabus বাধ্যতামূলক।
Online classes on reasoning:-
এই বিষয়ত অহা 17/04/2023 পৰা class দিয়া হ'ব। ইয়াত অন্তৰ্ভুক্ত বিষয়সমূহ CUET ৰ লগতে বিভিন্ন competitive exam অত প্ৰয়োজন হয়।
Our Second channel:
Oasis Talukdar : www.youtube.co....
Udayan Duarah : www.youtube.co....
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 7002428586
#ojaantric
#assamesepodcast
Негізгі бет Ojaantric || Assamese Podcast ft. Akashdeep Deka || Ep.88
Пікірлер: 280