📌তিনিটা কণমানি সন্তানক লৈ উৱলি যোৱা এটা পঁজাত বাস এগৰাকী মহিলাৰ। ৰঙানদী সমষ্টিৰ লালুকৰ প্ৰমিলা মুণ্ডাৰ কৰুণ কাহিনী। বৰষুণ-বতাহ আহিলে বিচনাৰ তলত আশ্ৰয় লয় পৰিয়ালটোৱে। প্ৰমীলা মুণ্ডাৰ স্বামী মানসিকভাৱে দুৰ্বল। চৰকাৰক এটি ঘৰ দিবলৈ কাতৰ অনুৰোধ প্ৰমীলাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Негізгі бет পোহৰৰ সন্ধানত প্ৰমীলা... লালুকৰ প্ৰমিলাৰ কৰুণ কাহিনীয়ে চকু সেমেকাই তুলিব আপোনাৰ
Пікірлер: 5