পেলনীয়া কাপোৰে কেনেকৈ দুৱাৰমেট বনাব লাগে। #doormat #carpet #viralvido
hello everyone welcome back to my KZitem channel BK DESIGN EDUCATION 💞
নমস্কাৰ আজি মই আপোনাৰ লোকে বাবে এটা ভিডিঅ' লৈ আনিছো। পেলনীয়া কাপোৰে কেনেকৈ দুৱাৰমেট বনাব লাগে। আশাকৰোঁ আপোনাৰ লোকে এই ভিডিঅ' টিউটোৰিয়েলটো ভাল পাব। যদি ভিডিঅ'টো উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো like, comment, share and subscribe কৰি দিব। ভিডিঅ' বোৰ চাই মোক support কৰিব বহুত বহুত ধন্যবাদ 🙏 🙏 🙏
-------------_-----------------_---------------_---------------------
বৰ্গ বিলাকৰ আকাৰ হৈছে -------------👎
8 p 6×6 cm
8 p 6×6 cm
8 p 6×6 cm
20 p 6×6 cm
4 p 12×12 cm
50×50 দীঘল আৰু বহল
-------------_----------------_---------------_----------------_-------
#carpet
#diy
#viralvido
#beginners
#patchwork
#craft
#sewing
#doormat
#diy
------------_----------------_-----------------_---------------------
Instagram 🆔 ---------------👎
www.instagram....
facebook 🆔 -------------------👎
www.facebook.c...
Негізгі бет 💥 পেলনীয়া কাপোৰে কেনেকৈ দুৱাৰমেট বনাব লাগে।
Пікірлер