▶️ আপোনালোকক হাতযোৰ কৰি কৈছোঁ, মোৰ ভণ্টীৰ ন্যায় লাগে...
▶️ স্বামী, জেষ্ঠ ভাতৃ, শাহু মাকৰ শাৰীৰিক নিৰ্যাতনৰ বলি হৈ তিল-তিলকৈ মৃত্যুক সাৱটিলে এগৰাকী ন-বোৱাৰিয়ে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত থকা অৱস্থাত AMCHত ভৰ্তি কৰিছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে বোৱাৰিগৰাকীয়ে। স্বামী, জ্যেষ্ঠ ভাতৃ আৰু শাহু মাকৰ বিৰুদ্ধে অভিযোগ বোৱাৰীৰ মাতৃ পৰিয়ালৰ।
Негізгі бет আপোনালোকক হাতযোৰ কৰি কৈছোঁ, মোৰ ভণ্টীৰ ন্যায় লাগে...
Пікірлер