Assamese song (borgeet) of Bhupen Hazarika /Written by Sri Sri Sankardev. /Lyrics of the song :
, :#__বৰগীত :
।। শ্ৰীশ্ৰী শংকৰদেৱ ।।
🌿🌼🌿
ৰাগ : কেদাৰ
ধ্ৰুং-
পাৱে পৰি হৰি কৰহু কাতৰি, প্ৰাণ ৰাখবি মোৰ ॥
বিষয় বিষধৰ, বিষে জৰ জৰ, জীৱন নাৰহে মোৰ ॥
পদ-
অথিৰ ধন জন জীৱন যৌৱন
অথিৰ এহু সংসাৰ ।
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ ॥
কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক ।
নাহি ভৱ ভয় ভোগে হৰি হৰি
পৰম্পদ পৰতেক ॥
কহতু শংকৰ এদুঃখ সাগৰ
পাৰ কৰা ঋষীকেশ ।
তুহু গতি মতি দেহু শ্ৰী পতি
তত্ত্ব পন্থ উপদেশ ॥
🌿🌼🌿
Негізгі бет Pawe Pori Hori (পাৱে পৰি হৰি) - by Bhupen Hazarika.
Пікірлер: 182