হিন্দু মুছলিম বা আন ধৰমৰ মানুহো অপৰাধত লিপ্ত হয়, কিন্তু অপৰাধী মুছলিম হলে এইখন চৰকাৰে শুউব হৈ চৈ কৰা দেখা যায়, বিশেষকৈ মূখ্যমন্ত্ৰী হিমন্তৰ দিনত এই সামপ্রদায়িক কথা সদায় তেওঁৰ মুখত থাকে, কিন্তু সৰ্বনদ সনোয়াল চাৰৰ মুখত কোনো দিনে নুশুনিলো,
এতিয়া ২ চকীয়া ৩ চকীয়াক মাফ দি মন ভুলাই বস্তুৰ দাম বহাই মন জয় কৰিব BJP য়ে
@mohendradohutia-dj5km
2 күн бұрын
এই বিলাক পৰ্যবেক্ষণ কৰিবলৈ কোনো ৰাজনৈতিক ব্যক্তি নিমন্ত্ৰণ কৰিব নালাগে। কাৰণ,,এটা দলে আনটো দলক কামুৰা কামুৰি লাগে।এইবোৰ কথা সাধাৰণ ৰাইজে শুনি ভাল নাপায়। বুদ্ধিজীৱী,সমাজ কৰ্মী,, সাহিত্যিক, জেষ্ঠ্য নাগৰিক,শিক্ষক সমাজ, এনে বুৰ ব্যক্তি আলোচনালৈ মাতিব লাগে। ৰাইজে শুনি নিশ্চয় ভাল পাব। ধন্যবাদ।
@user-rw3pv9dw1j
2 күн бұрын
'p'❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ আমি সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিছো যে অসমৰ ৰাজনীতিক সকলে যেতিয়াই হতাশাত ভোগে তেতিয়াই সাম্প্ৰদায়িক মন্তব্যৰে সমাজত উৎশৃংখলতাৰ সৃষ্টি কৰি সমাজৰ জলন্ত সমস্যা সমূহ তল পেলোৱাৰ চেষ্টা কৰে ৷গতিকে আমি সাধাৰণ জনতা সজাগ নহলে এই সুবিধাবাদী ৰাজনীতি ক নেতাই সমাজত জুই জ্বলাই মানুহ মাৰি হলেও নিজৰ গাদী ৰক্ষাৰ চেষ্টা কৰিব ৷
এই বোৰ কৰিবলৈ তোমালোকৰ নিচিনা মানোহৰ কাৰনে কৰিব লগা হৈছে।
@atul2025
2 күн бұрын
Ranjit Sarma jodha modha Dr. Hiren Gohain r Sirok sanjucta nokoreba
@swar389
2 күн бұрын
👍👍
@user-zl1mn5jn2k
2 күн бұрын
এ নে কাম1951 চনৰ পঞ্জী চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো হে ভাল হল হেঁতেন।হাজৰিকাদেৱৰ মলিব লাগিব মিলাৱ লাগিব সকলোৱে চেষ্টা কৰক। আমি এই ভাবে থাকিব লাগিব।।
@amanurrahman1042
2 күн бұрын
মীৰা বৰঠাকুৰ মুচলমান নেকি???
@user-zw1ro7cp4i
2 күн бұрын
Piyush h. Go back😡😡😡
@VolaNath-jb6ys
2 күн бұрын
পিয়াঁজ টো কংগ্ৰেছৰ এটা মাল আছিল এসময়ত!!!
@tazulislam4745
2 күн бұрын
Why Ranjit Sharma and his company are silent about Monipur crisis.
@tuleswardeogharia9192
2 күн бұрын
দল বাগৰা নেতা কাম নাই । ভাল নেতা হলে সকলোকে সমান চকুৰে চাব লাগে । ধম্ম বণ সকলোকে সমান চকুৰে চাব লাগে । দলক লৈ কথা কোৱাটো বেয়া । সাধাৰণ জনতাই দল নেচাই আচঁনি কাম বিলাক সম অধিকাৰ দিব লাগে । ভাল কাম কৰিলে দল জীয়াই থাকিব ! একে আচঁনি দলক দি বাকী নিদিয়াটো ৰাইজে ভূল ধৰিব আৰু ধৰিছে । কোনো দলে বাপেকৰ সম্পতি বিক্ৰি কৰি দিয়া দেখা নাই ।
@ArifaKhatun-mn2gw
2 күн бұрын
এই কাৰণে যোগ্য ব্যক্তিক মন্ত্ৰী পাতিব লাগে।
@Fffygg56
Күн бұрын
যত যি সম্প্ৰদায়ৰ লোক থাকে নিছিত ভাৱে যি কোনো কামত তেওঁ লোকেই জঢ়িত হব। তাক ইমান সমালোচনা কৰা প্ৰয়োজন আছে বুলি ভৱা নেযায়। হিন্দু সংখ্যা লগিষ্ট হৈছে নেকি ?
Hangbidhanik niti mani ji .lone nyai vabe ji Jone Nijor dayitt palon kori jonHdaronor unnoti sinta korok.Ania bogia kori Lora dhemali koriboloi din nai.jonhdar kotha sinta korai val neki
@rupkhan-pl7bj
2 күн бұрын
Tar jal havolagisil
@NikhilGogoi-sz8ix
2 күн бұрын
Reporter Da -- aponi BJP jonok kio eman homoi.dise ? Belekok je homoi Diya nai ?
Aibor kela B. j. p. r miss kotha. Porajoyor bhoyat al bsl gaise
@Moha123914
2 күн бұрын
Foreigners means only muslims ?
@MubarakAli-iu2gt
2 күн бұрын
এইবুৰ কংছেৰ কুকৰ্মৰ ফল। চালেবেৰে কুবুৱা কথা কৈ লাভনাই।
@rupkhan-pl7bj
2 күн бұрын
Kahiliparat C. P. F marisil miya no
@DARKBOY75000
2 күн бұрын
Bjpr mla 25 minority
@nirmalibora-dy6cu
2 күн бұрын
Aajir raijar ghare ghare sikhit loke vomiki marise jat kone ki koise tatotkoi kam ki karise natun projanmar disti tat .bhal kam karile siyar bakhar nakarileo vot dib.seihe dingi fulai bhasan di lav nai .
Пікірлер: 141