প্ৰাপ্তি আৰু বন্দিতা। দুজনী মৰমলগা ছোৱালী। ইমান যে মিঠা কন্ঠ। মাতত আছে যাদু। তেওঁলোকৰ গীত আপুনি শুনিছে কিন্তু আজি কেৱল গীত নহয়, দুয়োৰে সৈতে মনৰ কথা। কণমাণি প্ৰাপ্তিৰ কথাত আছে যুক্তি, হাঁহিত বৰষে মৌ আৰু বন্দিতাৰ সৈতে হ’ল কি কথা। চাওঁক মৃদুল কুমাৰ সন্দিকৈৰ সৈতে বন্দিতা বৰুৱা আৰু প্ৰাপ্তি এইচ বৰুৱাৰ মনৰ কথা...
Негізгі бет প্ৰাপ্তি আৰু বন্দিতাৰ গীত আৰু মনৰ কথা
Пікірлер: 94