আজিৰ ভিডিঅ'ত বজোৱা চাপৰ সমূহ time stamp ৰ সৈতে তলত দিয়া হৈছে।
*************************************************
4:36 [দিঘলীয়া চেও]
ঘেনতাখি দোঘেন তাতাখি দোঘেন (৩ বাৰ) তাতাখি__(৪ বাৰ) তাখিদিঘেন খিতাওঁ উৰু
ঘিনদাঢ ধিনদাচ
ঢিলপিছে মিৰিদাওঁ ধুৰু ধুৰু দাওঁদাওঁ (২ বাৰ)
তাখিদিঘেন খিতাওঁ উৰু ঘিনদাচ তাখিদিঘেন খিতাওঁ উৰু ঘিনদাচ দিঘেনিতি ঘেন ঘেন দিঘেনিতি ঘেনদাওঁ(২ বাৰ) দিঘেনদাওঁ দিঘেনদাওঁ
তালপিছে মিৰিদাও ঢিলপিছে মিৰিদাওঁ (৩ বাৰ) ধুৰদাওঁ ধুৰদাওঁ ধুৰু ধুৰু দাওঁধুৰু দাওঁদাওঁ
তাওঁখিতা ৰিঘেনদাওঁ ঘেনিতিঘেন দাওঁ দাওঁ দিঘেনিতা ৰিঘেনদাওঁ ঘেনিতিঘেননিতিঘিন তাখিদিঘেনিতিঘি তাখিৰখিতা ৰিঘেনদাওঁ ঘিন
ঘেনদাওঁ ঘেনখিতা ৰিঘেনদাওঁ ঘিন, ঘেনতাক দিঘেনাক তালপিছে মিৰিদাওঁ ঢিলপিছে মিৰিদাওঁ (২ বাৰ)
দিঘেনিতা দিঘনাক ঘেনতাঘিনিতাঘিন তাকদিঘিনিতিঘিন তাখিঘিনদিঘেনাক ঘেন
ঘেনদাওঁ ঘেনখিতা ৰিঘেনদাওঁ ঘেন ঘেনিতাখিদিঘেনাক ঘেনতাক তালপাছে মিৰিদাওঁ
দিঘেনিতাদিঘিনাক তালিপিছে মিৰিদাওঁ ধুৰুদাওঁ দাওঁধুৰু ধুৰু ধুৰু দাওঁধুৰু দাওঁ
ঘেনতাক ঘেনতাঘেনিতা ঘেন দিঘিনাক ঘিন।
*************************************************
6:51[খৰা চেও]
ঘিনঘিন দাওঁদাওঁ ঘিনঘিনা খিতিঘিন
তাকদিঘিন দাওঁ দাওঁ ,
ঘিনঘিনা খিতিঘিন তাকদিঘিন দাওঁ দাওঁ
দিঘিনদাওঁ দিঘিনদাওঁ দাওঁ দিঘিনদাওঁ (২ বাৰ)
তাওঁখিতা ৰিঘেনদাওঁ ঘেনিতিঘেন দাওঁ দাওঁ
দিঘেনিতা ৰিঘেনদাওঁ ঘেনিতিঘেন দাওঁ
ঘেনঘেনা খিতিঘিনা উৰুঘেনা তিঘিনাক
ঘেনতাক দিঘেনাক ঘিন।।
*************************************************
7:36 [মহিলা নাচনী চেও]
ঘিনঘিন দাওঁদাওঁ ধুৰু ধুৰু দাওঁ দাওঁ খিতিঘিন দাওঁদাওঁ ধুৰু ধুৰু দাওঁ (২ বাৰ বজাব) খিত খিতা খিততাওঁ খিতখিতা খিত, তাকোগুদু ঘিনদাওঁ তাকোগুদু ঘিন (২ বাৰ বজাব) ঘিনঘিন তাকউৰঘেন খিত তাক খিতিঘিন তাকউৰঘেন খিত তাক , খিততাখি ঘিনঘিনা ঘিনতিঘিনিতিঘিন খিতাখি ঘিনঘিনা ঘিন।
*************************************************
8:40 [মহিলা নাচনী চেও]
ঘিনগিৰঘিনাকঘিন ঘিনঘিন দাওঁদাওঁ
খিতঘিনি খিতঘিনি খিতঘিনি দাওঁ দাওঁ (২বাৰ)
খিতাগিৰঘিনাকঘিন ঘিনঘিন দাওঁদাওঁ
খিতঘিন খিতঘিনি খিতঘিনি দাওঁ দাওঁ (২ বাৰ)
ঘিনগিৰঘিনাকঘিন তাক তাক তাক তাক
খিতাগিৰঘিনাকঘিন তাক তাক তাক তাক
দিতাখিনিতিখিতি ঘিন উৰু ঘিন উৰু
ঘিনতাঘিনিতিঘিন তাকঘিন ঘিনতাক ঘিন।।
*************************************************
11:19 [দোমোনী চেও]
ঘিন কোহাকোহা খিতি খিতকোহা খিতি ( ২ বাৰ)
কোহাখিতি _ _ _ _ (৪ বাৰ)
খিতখিতি খিতখিতি খিতখিতি খিততাওঁ
ঘিনঘিনা ঘিনঘিনা ঘিনঘিনা ঘিনদাওঁ (২ বাৰ বজাব)
ঘিনঘিনি ঘিনদাওঁ তাখিঘিনি ঘিনদাওঁ
খিততাখি ঘিনঘিনা ঘিন।।
*************************************************
প্ৰতিযোগিতাৰ ঢোলবাদন কৰোঁতে গুৰুঘাট, দুটা খৰাচেও, দিঘলীয়া চেও এটা, নাচনী চেও দুটা, বুঢ়া চেও এপালচ আৰু দোমোনি চেও বজালেই হ'ব।
Video Creadit :-
record & uploaded by Rupak Das
Негізгі бет প্ৰতিযোগিতাত ঢোলবাদন কেনেকৈ কৰিব শিকোঁ আহক |ঢোলত নাচনী চেও| how to play dhol in a competition |
No video
Пікірлер: 63