ৰাজধৰ্ম পালনত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ নেকি?
👉 প্ৰতিবাদকাৰী অধিকাংশ কংগ্ৰেছ বিধায়ক মুছলমানৰ ভোটত বিজয়ী হৈছিল
👉 কেৱল দেৱব্ৰত শইকীয়া আৰু ভাস্কৰ বৰুৱা হিন্দুৰ ভোটত বিধায়ক হৈছিল
👉 কংগ্ৰেছৰ বিধায়কে সংখ্যালঘুৰ সুৰক্ষা বিচাৰে
👉 মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালনত ব্যৰ্থ হৈছে -কংগ্ৰেছ
👉 “মই নিৰপেক্ষ নহয়!”হিমন্ত বিশ্ব শৰ্মা
👉 হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰা নাই নেকি?
👉 দেৱব্ৰত শইকীয়াই নামনিৰ মিঞাই উজনি দখল কৰিব বুলি কিয় ক’ব?
👉 আমি মিঞাক উজনি দখল কৰিবলৈ নিদিওঁ : হিমন্ত বিশ্ব শৰ্মা
#AssameseNews #AssamNews #News #AtanuBhuyan #Satya
Негізгі бет ৰাজধৰ্ম পালনত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ নেকি? || Atanu Bhuyan || Satya
Пікірлер: 143