সূ নীল গগৈৰ পত্নীয়ে সাহসেৰে মুখ্য মন্ত্রী ক আবেদন জনাওক যে কোনো তদন্তৰ বাবে CID, CBI বা কোনো IAS, IPS বিষয়া নালাগে মাত্র SI ৰেঙ্কৰ বিষয়া এজন দিয়ক | ৩বছৰ নালাগে মাত্র প্রাথমিক অনুসন্ধানৰ বাবে তিনি দিনৰ সময় দিয়ক | সেইজন হৈছে দেবেন বৰা যিয়ে কাজিৰঙা ঠাণ্ডা কৰি কামৰ নমুনা দেখুৱাইছিল | যি কাম আগৰ চৰকাৰ তথা কেবাটাও বিভাগৰ ডাঙৰ ডাঙৰ বিষয়া থকা স্বত্বেও সামর্থ হোৱা নাছিল | এতিয়া মাথো চৰকাৰে হস্তক্ষেপ কৰিব নালাগিব আৰু তেও আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তা চৰকাৰে দায়িত্ব লব লাগিব | তেওক মাথো স্বাধীন ভাবে কাম কৰাৰ সুবিধা দিব লাগিব | চৰকাৰ ৰাজী হবনে ?
@krishnokachari7913
3 ай бұрын
Dhui,..bad de aru aibilak Enei misake Natok kori thokatkoi 😅😅😅 aru kela Jiman G korilew lastot goi Rejalt Big 0, Koni guti ulabo 😅😅😅 kela Emanote hamoroni maribo lage aru Natok khon.... Junmoni Rabha dore hoi gol 😅😅😅 Rejalt Koni guti 😅😅
Пікірлер: 2