ৰাজ্যসভাৰ বাহিৰে-ভিতৰে যুযুধান ৰূপত শাসক-বিৰোধী। প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ভাষণ দি থকা সময়ত বিৰোধীৰ প্রতিবাদ। প্রধানমন্ত্রীয়ে অসত্য কথা কোৱাৰ অভিযোগ তুলি সদন ত্যাগ বিৰোধীৰ। ৰাজ্যসভাৰ বাহিৰতো প্রধানমন্ত্রীৰ বিৰুদ্ধে বিৰোধীৰ প্রতিবাদ। কিন্তু ৰাজ্যসভাৰ মজিয়াত বিৰোধীক তুলাধুনা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। সত্যৰ মুখামুখি হোৱাৰ সাহস বিৰোধীৰ নাই বুলি ক’লে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে।
#pratidintime #opposition #narendramodi
Негізгі бет ৰাজ্যসভাৰ বাহিৰে-ভিতৰে যুযুধান ৰূপত শাসক-বিৰোধী
Пікірлер: 52