শ্ৰী মদ্ভাগৱত নামঘৰৰ আচৰিত কথা এটা জানিবলৈ পালোঁ 🙏😳😲 সম্পূৰ্ণ ভিডিঅ'টো চাব।
মনতে যি ভবা হয় সেয়াই পূৰণ হয়।
ভবা মতে ফল পালে হেনো তামোল পান লৈ যাব লাগে।।।নতুবা পইচা দি আহিব লাগে।।।। গতিকে আপোনালোকেও যাব পাৰে এই নামঘৰ টোলৈ 👍
মঙলদৈ লাইনত আছে এই নামঘৰটো,,নাৰিকলি মন্দিৰৰ একেবাৰে কাষতে আছে 👍👍
ভিডিঅ'টো ভাল লাগিলে like,,, comment,,, share nd subscribe, কৰি দিব নাপাহৰিব 👍👍
#youtube
#dailyvlog
#vlog
#viralvideo
Негізгі бет শ্ৰী মদ্ভাগৱত নামঘৰৰ আচৰিত কথা এটা জানিবলৈ পালোঁ 🙏😳😲 সম্পূৰ্ণ ভিডিঅ'টো চাব।
Пікірлер