শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান # ন-শ্ৰীপুৰীয়া গাঁও # Gautam Modi Vlogs .
টিংখাঙৰ ন - শ্ৰীপুৰীয়া গাঁৱত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ উপলক্ষ্যে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত কণ্ঠদান কৰে শিল্পী শ্ৰীপ্ৰবিত গগৈ , দুলীয়াজান আৰু শ্ৰীমতী মনালিছা গগৈ , টিংখাং ।
এই অনুষ্ঠান খনি উপভোগ কৰি ভাল পালোঁ । গতিকে video আকাৰে প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত আগবঢ়ালোঁ ।
আশা কৰোঁ video টি আপোনালোকৰ মৰম স্নেহ আদায় কৰিবলৈ সক্ষম হ'ব ।
Please like share comment and subscribe my channel and press the Bell 🔔 Icon.
Thank you
Негізгі бет শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান # ন- শ্ৰীপুৰীয়া গাঁও # Gautam Modi Vlogs
Пікірлер: 1