কৃষ্ণ কথা শুনি ভাল লাগিল, ভৱিষ্যতেও আপোনাৰ চেনেলৰ যোগেদি এনেকুৱা পাঠ ৰ video আগবঢ়াই যেন , কৃষ্ণ।।
@Mahananda.Hazarika.
19 күн бұрын
Sumitra Gogoi Krishna Krishna Krishna Bap Iman Sundar Bhagawanar katha koichhe ye suni bar val lagil Bhagawatar katha suni Krishna Bap bar Guruttapurna Bhagawanar katha Aaponasabar Sri Mukhedi baj hoi yowathe aaji ai Maha Adhameeye sakalo katha gomto palo Krishna Bap Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏
@nripenburagohain
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
@Gurugyan6360
2 жыл бұрын
অতি সুন্দৰ বাপ......মন শান্ত হৈ গল
@junumech653
2 жыл бұрын
🙏🙏সুন্দৰ মধুৰ কথা শুনি বৰ ভাল লাগিছে কৃষ্ণ কৃষ্ণ
@nirjurajgogoi319
10 күн бұрын
গুৰুজন ভগৱানৰ অঙ্শ অৱতাৰ। আমি ভগৱানৰ তিৰুভাৱ তিথি পালন নকৰোঁ কিন্তু গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰো । কথাটো কোনোবাই জনাব নেকি বাৰু।
কৃষ্ণ, আপোনাৰ ব্যাখ্যা শুনিলো। কিন্তু আপুনি এই পদ ফাকিক পুৰ্ণ ব্যাখ্যা নিদিয়াৰ বাবে অকণমান বেয়া লাগিল। "হৰিপদ তুলসীৰ নলৈলোহো ঘ্ৰাণ জীৱন্তে মৰিলো ভাটিৰ সমান " এই পদ ফাঁকিত কি বুজাইছে এই ব্যাখ্যা আপুনি নিদিলে। কিয় জানিব পাৰোনে?
Пікірлер: 69