ৰজিত শইকীয়াৰ সফলতাৰ কাহিনী uparjan
দৈনিক ১২০০ লেয়াৰ মুৰ্গীৰ কণী উৎপাদন নাওবৈচাৰ যুৱকৰ
শক্তিমান কণী এতিয়া সুলভ লখিমপুৰৰ বজাৰত
লেয়াৰ মুৰ্গী ফাৰ্ম খুলি স্বৱলম্বীতাৰ পথত অগ্ৰসৰ হৈছে ৰজিত শইকীয়া
নাওবৈচাৰ ১ নং কোৱাদঙাত ৰজিতৰ ১২০০ লেয়াৰ মু্ৰ্গীৰে ভৰা ফাৰ্ম
এচ বি আইৰ পৰা ঋণ লৈ ৰজিতে আৰম্ভ কৰিছে এই ফাৰ্ম
বাইকত উৎপাদিত কণী লৈ দোকানে দোকানে বিক্ৰী কৰে ৰজিতে
ph:9101735732
uparjan.in
Негізгі бет ৰজিত শইকীয়াৰ সফলতাৰ কাহিনী | uparjan
Пікірлер: 66